অসম

assam

By

Published : Jun 7, 2021, 11:06 PM IST

ETV Bharat / state

বিহালীত বন্যহস্তীয়ে ভাঙি লণ্ড ভণ্ড কৰিলে বাসগৃহ

বিহালীত বন্যহস্তী তাণ্ডৱত কেইবাটাও গৃহ ভাঙি লণ্ড ভণ্ড । ভুক্তভোগী পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদান বিধায়ক ৰঞ্জিত দত্তৰ ।

confliclt-between-elephant-man
বিহালীত বন্যহস্তীৰ তাণ্ডৱত ভাঙি লণ্ড ভণ্ড বাসগৃহ

বিশ্বনাথ, ৭ জুন:ৰাজ্যত অব্যাহত আছে হস্তী মানুহৰ সংঘাত ৷ পুনৰ আন এক হস্তী মানুহৰ সংঘাতৰ ঘটনা পোহৰলৈ আহিছে ৰামপুৰৰ ডাঙাৰ পৰা ৷ দেওবাৰে পুৱতি নিশা অসম অৰুণাচল সীমান্ত বিহালী বনাঞ্চল পৰা ওলাই অহা বনৰীয়া হাতীৰ জাক এটাই বিহালী সমষ্টিৰ বৰগাং গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৰামপুৰৰ ডাঙাত কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে ।

বিহালীত বন্যহস্তীৰ তাণ্ডৱত ভাঙি লণ্ড ভণ্ড বাসগৃহ

ইফালে ভুক্তভোগী ১০ টা পৰিয়ালৰ কাষত বিধায়ক ৰঞ্জিত দত্তৰ নিৰ্দেশত বৰগাং গাঁও পঞ্চায়ত সভাপতিৰ নেতৃত্বত যোৱা এটা পঞ্চায়ত প্ৰতিনিধি দলে কিছু আৰ্থিক সাহাৰয্য প্ৰদান কৰে উক্ত ভুক্তভোগী পৰিয়ালক ।

লগতে পঢ়ক:গৰাখহনীয়া নিয়ন্ত্ৰণক অসম চৰকাৰে অগ্ৰাধিকাৰ দিব : পীযুষ হাজৰিকা

ABOUT THE AUTHOR

...view details