অসম

assam

By

Published : Jun 6, 2019, 3:25 PM IST

ETV Bharat / state

শ্বহীদ নিৰজ চেত্ৰীৰ বাসগৃহত মুখ্যমন্ত্ৰী

জোৱানজনৰ পৰিয়াললৈ 20 লাখ টকাৰ চেক প্ৰদান কৰে শ্বহীদগৰাকীৰ পিতৃৰ হাতত ৷ তাৰোপৰি এছএছবিৰ তৰফৰ পৰা পৰিয়ালটোলৈ আগবঢ়োৱা 15 লাখ টকাৰ চেকো প্ৰদান কৰে সোণোৱালে ৷

বিশ্বনাথত শ্বহীদ নীৰজ চেত্ৰীক শ্ৰদ্ধাঞ্জলি সৰ্বানন্দ সোণোৱালৰ

বিশ্বনাথ, 6 জুনঃ শ্বহীদ জোৱান নিৰজ চেত্ৰীৰ গহপুৰ কাউৰী পথাৰ নেপালী গাঁৱৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ বিগত 1 জুনত ঝাৰখণ্ডত মাওবাদী আৰু এছএছবি জোৱানৰ মাজত মুখামুখি সংঘৰ্ষত শ্বহীদ হোৱা নিৰজ চেত্ৰীক শ্ৰদ্ধাঞ্জলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে, জোৱানজনৰ পৰিয়াললৈ 20 লাখ টকাৰ চেক প্ৰদান কৰে শ্বহীদগৰাকীৰ পিতৃৰ হাতত ৷ তাৰোপৰি এছএছবিৰ তৰফৰ পৰা পৰিয়ালটোলৈ আগবঢ়োৱা 15 লাখ টকাৰ চেকো প্ৰদান কৰে সোণোৱালে ৷ মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে কেৱিনেট মন্ত্ৰী ৰণজিৎ দত্ত, তেজপুৰ সাংসদ পল্লৱলোচন দাস, গহপুৰৰ বিধায়ক উৎপল বৰা আৰু বিশ্বনাথ বিধায়ক প্ৰমোদ বৰঠাকুৰ ।

বিশ্বনাথত শ্বহীদ নীৰজ চেত্ৰীক শ্ৰদ্ধাঞ্জলি সৰ্বানন্দ সোণোৱালৰ

ABOUT THE AUTHOR

...view details