অসম

assam

ETV Bharat / state

বিহালী সমষ্টিৰ বটিয়ামাৰী গাওঁ পঞ্চায়তৰ 140 নং বুথ কমিটি সভা - meeting held at Bihali

দেওবাৰে 77 নং বিহালী বিধানসভা সমষ্টিৰ বটিয়ামাৰী গাঁও পঞ্চায়তৰ 140 নং বুথ আৰু 2 নং ৱাৰ্ডৰ বুথত এখনি সভা অনুষ্ঠিত হয় ৷ সভাত ভিন্ন চৰকাৰী আচঁনিৰ পৰা ৰাইজ কিমান লাভাৱাম্বিত হৈছে সেই সন্দৰ্ভত আলোচনা কৰে ৷

Booth committee meeting held at Bihali
বিহালী সমষ্টিৰ বটিয়ামাৰী গাওঁ পঞ্চায়তৰ 140 নং বুথ কমিটি সভা

By

Published : Jan 31, 2021, 9:38 PM IST

বিশ্বনাথ,31 জানুৱাৰী: দেওবাৰে 77 নং বিহালী বিধানসভা সমষ্টিৰ বটিয়ামাৰী গাঁও পঞ্চায়তৰ 140 নং বুথ আৰু 2 নং ৱাৰ্ডৰ বুথত এখনি সভা অনুষ্ঠিত হয় । উক্ত সভাত ভাৰতীয় জনতা পাৰ্টীৰ দলীয় সদস্য সকলৰ সৈতে মত বিনিময় কৰে বিহালী মণ্ডলৰ সভাপতি লাচিত বৰাই ।

বিহালী সমষ্টিৰ বটিয়ামাৰী গাওঁ পঞ্চায়তৰ 140 নং বুথ কমিটি সভা

উক্ত সভাত অসম চৰকাৰৰ বিভিন্ন চৰকাৰী আচঁনিৰ পৰা ৰাইজ কিমান লাভাৱাম্বিত হৈছে আৰু কিদৰে ৰাইজৰ মাজলৈ আঁচনি সমুহ নিবলৈ সক্ষম হৈছে তাৰ ওপৰতো দলীয় কৰ্মী সকলৰ সতে আলোচনা হয় ।

বিহালী সমষ্টিৰ বটিয়ামাৰী গাওঁ পঞ্চায়তৰ 140 নং বুথ কমিটি সভা

ইফালে এই বুথ সমিতি খনত উপস্থিত থাকে বটিয়ামাৰী গাওঁ পঞ্চায়তৰ সভানেতী ফুলমনি দাসকে ধৰি বহু কেইজন জ্যেষ্ঠ বিজেপি নেতা । লগতে উপস্থিত থাকে বহু বিজেপি কৰ্মী ৷

লগতে পঢ়কঃ১ ফেব্ৰুৱাৰীৰ পৰা ১০০ শতাংশ আসনেৰে খুলিব ছবিগৃহ

ABOUT THE AUTHOR

...view details