বিশ্বনাথ, 23 মে':অব্যাহত আছে লোকসভা নিৰ্বাচন 2019ৰ ভোট গণনা প্ৰক্ৰিয়া ৷ তেনে সময়তে বিশ্বনাথত মন্ত্ৰী ৰঞ্জিত দত্তই মন্তব্য কৰে যে অসমত 12 খন আসন মিত্ৰ জোঁটে লাভ কৰিব। বিজেপিয়ে 10 খনৰ লগতে মিত্ৰ জোঁটে দুখন আসন লাভ কৰিব বুলি মন্তব্য মন্ত্ৰী ৰণজিৎ দত্তৰ ৷
অসমত 12 খন আসন মিত্ৰ জোঁটে লাভ কৰিব:ৰঞ্জিত দত্ত - ভোট গণনা প্ৰক্ৰিয়া
ভাৰতত পুনৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ হোৱাৰ দাবী মন্ত্ৰী ৰণজিৎ দত্তৰ ৷
![অসমত 12 খন আসন মিত্ৰ জোঁটে লাভ কৰিব:ৰঞ্জিত দত্ত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3360149-thumbnail-3x2-vhcdbvc1.jpg)
অসমত 12 খন আসন মিত্ৰ জোঁটে লাভ কৰিব: ৰঞ্জিত দত্ত
অসমত 12 খন আসন মিত্ৰ জোঁটে লাভ কৰিব: ৰঞ্জিত দত্ত
ইয়াৰোপৰি 9নং তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী পল্লৱলোচন দাসে প্ৰায় 1 লাখ 85 হাজাৰ ভোটত জয় লাভ কৰিব বুলি প্ৰকাশ কৰাৰ লগতে ভাৰতত পুনৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷