বিশ্বনাথ, 1জুনঃচৰকাৰে শক্তি বিভাগক ব্যক্তিগতকৰণ কৰাৰ প্ৰতিবাদত সোমবাৰে নিজ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে বিশ্বনাথৰ উপঃসংমণ্ডল কাৰ্যালয়ৰ অভিযন্তা-কৰ্মচাৰীয়ে ৷ কৰ্তব্যৰ মাজতে অভিযন্তা কৰ্মচাৰীয়ে ক'লা বেজ পৰিধান কৰি বিদ্যুৎ সংশোধনী বিধেয়ক ২০২০ৰ বিৰোধিতা কৰে।
বিদ্যুৎ সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিশ্বনাথত শক্তি বিভাগৰ প্ৰতিবাদ - চৰকাৰে শক্তি বিভাগক ব্যক্তিগতকৰণ কৰাৰ প্ৰতিবাদত
কৰ্তব্যৰ মাজতে অভিযন্তা কৰ্মচাৰীয়ে ক'লা বেজ পৰিধান কৰি বিদ্যুৎ সংশোধনী বিধেয়ক ২০২০ বিৰোধিতা কৰে।
![বিদ্যুৎ সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিশ্বনাথত শক্তি বিভাগৰ প্ৰতিবাদ Biswanath Sub Divisional office Protest against government for electrcity board privatisation](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7433545-181-7433545-1591012566655.jpg)
বিদ্যুৎ সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিশ্বনাথত শক্তি বিভাগৰ প্ৰতিবাদ
বিদ্যুৎ সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিশ্বনাথত শক্তি বিভাগৰ প্ৰতিবাদ
ৰাজ্যৰ অন্য় প্ৰান্তৰ সমান্তৰালকৈ বিশ্বনাথৰ কৰ্মচাৰীসকলেও বিজেপি চৰকাৰৰ জনবিৰোধী সিদ্ধান্তৰ সমালোচনা কৰাৰ লগতে শীঘ্ৰে এই সিদ্ধান্ত বাতিল নকৰিলে পৰিস্থিতি অধিক ভয়াৱহ হ'ব বুলি হুংকাৰ দিয়ে ৷
লগতে পঢ়কঃ টংলা কলেজৰ কোৱাৰেন্টাইন কেন্দ্ৰত থকা কিশোৰৰ পলায়ন