বিশ্বনাথ, 1 মাৰ্চঃ ১২ বছৰীয়া কিশোৰীৰ ধৰ্ষণকাণ্ডৰ লগত জড়িত ৭ নৰপিশাচক ফাঁচীৰ দাবীত সোমবাৰে বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে শতাধিক ৰাইজে । গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰজাবাৰীৰ 1 নং চকলাত 7 টাকৈ নৰপিশাচে একেখন গাঁৱৰ 12 বছৰীয়া কিশোৰী এগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ প্ৰতিবাদত ৰাজপথত ওলাই আহি শতাধিক ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে।
গহপুৰ ধৰ্ষণকাণ্ডৰ অভিযুক্তক ফাঁচীৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ শতাধিক ৰাইজৰ - গহপুৰ ধৰ্ষণকাণ্ডৰ অভিযুক্তক ফাঁচীৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ শতাধিক ৰাইজৰ
৭ নৰপিশাচক ফাঁচীৰ দাবীত সোমবাৰে বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে শতাধিক ৰাইজে ।
ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ শতাধিক ৰাইজৰ
উল্লেখ্য যে, দেওবাৰে ঘটনাৰ লগত জড়িত 7 জন লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হয় গহপুৰ আৰক্ষী । উত্তেজিত ৰাইজৰ প্ৰহাৰত আহত হৈ এজন অভিযুক্ত উমেশ পাতিৰি বিশ্বনাথৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।