বিশ্বনাথ ৯ এপ্ৰিল : শুকুৰবাৰে জিলা প্ৰশাসনৰ ক'ভিড নির্দেশ পালন কৰি আজিৰে পৰা গহপুৰৰ মৰ্নিংষ্টাৰ হাইস্কুলত আৰম্ভ কৰা হয় পাঠদান। ছাত্ৰ ছাত্ৰী সকলক চেনিটাইজাৰ, মাস্ক ব্যৱহাৰ কৰা, সামাজিক দূৰত্ব মানি চলাৰ শিক্ষা দিয়াৰ লগতে কৰ্তৃপক্ষই শ্ৰেণী কোঠা সমূহ চেনিটাইজ কৰা আৰু কোঠা সমূহত সামাজিক ব্যৱধান মানি চলাটো নিশ্চিত কৰা দেখা যায়।
ক'ভিডৰ নির্দেশনা পালন কৰি আৰম্ভ হ'ল গহপুৰৰ মৰ্নিংষ্টাৰ হাইস্কুলৰ পাঠদান - গহপুৰ
জিলা প্ৰশাসনৰ ক'ভিড নির্দেশনা সমূহৰ পালন কৰি শুকুৰবাৰে গহপুৰৰ মৰ্নিংষ্টাৰ হাইস্কুলত আৰম্ভ কৰা হ’ল পাঠদান।
প্ৰশাসনৰ ক'ভিড নির্দেশ পালন আৰম্ভ কৰা হ'ল গহপুৰৰ মৰ্নিংষ্টাৰ হাইস্কুলৰ পাঠ দান
স্কুল বাছত যোৱা ছাত্ৰ-ছাত্ৰী সকলক তেওলোকৰ তাপমান পৰিমাপ যন্ত্ৰ ব্যৱহাৰ কৰি উষ্ণতা পৰীক্ষাও কৰা হয় । লগতে প্ৰতিগৰাকী ছাত্ৰ -ছাত্ৰীয়ে মাক্স পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে ৷
লগতে পঢ়ক:ক’ৰ’নাৰ শেহতীয়া পৰিস্থিতিকলৈ উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ সংবাদমেল