বিশ্বনাথত কেকোসাপসহ আটক দুজন চোৰাং ব্যৱসায়ী - বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল
বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ বন সুৰক্ষা বাহিনীৰ দলে অভিযান চলায় বিশ্বনাথ চাৰিআলিৰ পৰা আটক কৰে দুজন কেকোসাপৰ চোৰাং ব্যৱসায়ীক

বিশ্বনাথত কেকোসাপ সহ আটক দুজন চোৰাং ব্যৱসায়ী
বিশ্বনাথ,২৮জুন : শুকুৰবাৰে বিশ্বনাথ চাৰিআলিৰ কলেজ ৰোডৰ সমীপৰ পৰা আটক কৰা হয় দুজন কেকোসাপৰ চোৰাং ব্যৱসায়ীক। বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ বন সুৰক্ষা বাহিনীৰ এটা দলে অভিযান চলায় আটক কৰে কেকোসাপৰ দুই ব্যৱসায়ীক । ব্যৱসায়ী দুজনৰ পৰা আৰক্ষীয়ে কেকোসাপ সহ এখন পালছাৰ বাহন উদ্ধাৰ কৰে। আটকাধীন ব্যৱসায়ী দুজন ফুৰকান আলি আৰু ছহিদুল ইছলাম বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ব্যৱসায়ী দুজনক বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলত ৰাখি জেৰা অব্যাহত ৰাখিছে ।
বিশ্বনাথত কেকোসাপ সহ আটক দুজন চোৰাং ব্যৱসায়ী