অসম

assam

ETV Bharat / state

9 আগষ্টত আনুষ্ঠানিকভাৱে মুকলি হ'ব বিশ্বনাথ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়

এতিয়াৰ পৰা বিশ্বনাথবাসীয়ে যান বাহনৰ পঞ্জীয়ণৰ বাবে যাব নালাগে তেজপুৰলৈ, 9 আগষ্টত আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়

By

Published : Aug 3, 2019, 11:24 PM IST

9 আগষ্টত আনুষ্ঠানিকভাৱে মুকলি হ'ব জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়

বিশ্বনাথ, 3 আগষ্টঃ

বিশ্বনাথবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথত ৷

9 আগষ্টত আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় ৷

বিশ্বনাথক জিলা হিচাপে ঘোষণা কৰিছিল যদিও যান বাহন পঞ্জীয়ণৰ বাবে তেজপুৰলৈ অহা যোৱা কৰিব লগা হৈছিল ৷

জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় স্থাপন কৰা বাবে চৰকাৰক ধন্যবাদ বিশ্বনাথবাসীৰ ৷

অৱশ্যে এতিয়াও বহু কেইটা গুৰুত্বপূৰ্ণ কাৰ্যালয় স্থাপন হোৱা নাই বিশ্বনাথত ৷

9 আগষ্টত আনুষ্ঠানিকভাৱে মুকলি হ'ব জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়

ABOUT THE AUTHOR

...view details