বিশ্বনাথ, 26 মাৰ্চ : কৰ'ণা ভাইৰাছৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে চলি থকা লক ডাউনৰ কালছোৱাত বিশ্বনাথ জিলা প্ৰশাসনে ৷ বিশ্বনাথ জিলাত গেলামাল দোকানসমূহ আৰু ডায়েৰীসমূহ খোলাৰ বাবে জিলা প্ৰশাসনে নতুনকৈ সময়সীমা নিৰ্ধাৰণ কৰিছে ।
বিশ্বনাথত গেলামাল দোকানৰ বাবে নিৰ্দেশনা জাৰী - বিশ্বনাথত গেলামাল দোকানৰ বাবে নিৰ্দেশনা জাৰী
বিশ্বনাথত গেলামাল দোকানৰ বাবে নিৰ্দেশনা জাৰী ৷ জিলা প্ৰশাসনে গেলামাল দোকানৰ লগতে দুগ্ধ উৎপাদক সংস্থাৰ দোকানসমূহ খোলাৰ বাবে নতুন সময়সীমা নিৰ্ধাৰণ কৰিছে জিলা প্ৰশাসনে ৷
বিশ্বনাথত গেলামাল দোকানৰ বাবে নিৰ্দেশনা জাৰী
গেলামালৰ পাইকাৰি দোকানসমূহ প্ৰতিদিনে পুৱা 8 বজাৰ পৰা বিয়লি 2 বজালৈ লগতে খুচুৰা দোকানসমূহ পুৱা 8 বজাৰ পৰা বিয়লি 4 বজালৈ খোলা থাকিব । ডায়েৰীসমূহ প্ৰতিদিনে পুৱা 6 বজাৰ পৰা 9 বজালৈ আৰু বিয়লি 3 বজাৰ পৰা 5 বজালৈ খোলা ৰাখিব পাৰিব ৷