পথ অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত বৰগাঙত - বিশ্বনাথ জিলা
চি পি আই এম এল আৰু চাহ শ্ৰমিকসকলে বৰগাঙত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত হয় এই প্ৰতিবাদ ৷ প্ৰতিবাদস্থলীৰ পৰা শ্ৰীমন্ত দাসৰ প্ৰতিবেদন....

পথ অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত বৰগাঙত
বিশ্বনাথ,15 ডিচেম্বৰঃবিশ্বনাথ জিলাৰ বৰগাঙত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত কৰে চি পি আই এম এল আৰু চাহ শ্ৰমিকসকলে । দেওবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত হয় এই প্ৰতিবাদ ৷ আইনখন বাতিলৰ দাবী জনাই প্ৰতিবাদী জনতাই সাব্যস্ত কৰে এই প্ৰতিবাদ ৷
পথ অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত বৰগাঙত