অসম

assam

ETV Bharat / state

বিহালীত প্ৰতিবাদকাৰীৰ শিলাবৰ্ষণত আহত দুগৰাকীকৈ দণ্ডাধীশ

By

Published : Dec 12, 2019, 7:13 PM IST

Updated : Dec 12, 2019, 9:55 PM IST

biswanath bihali breaking
বিহালীত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত তুমুল সংঘৰ্ষ

19:07 December 12

বিহালীত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত তুমুল সংঘৰ্ষ

  • বিহালীত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষ
  • প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠি চাৰ্জ আৰু গুলীবৰ্ষণ 
  • কেবিনেট মন্ত্ৰী ৰণজিৎ দত্তৰ  ঘৰলৈ শিলাবৰ্ষণ কৰিলে প্ৰতিবাদী জনতাই
  • প্ৰতিবাদকাৰীৰ শিলাবৰ্ষণত আহত দুই দণ্ডাধীশ ক্ৰমে ,টিলিনা টাইদ,আৰু আব্দুল খালাম
  • 4খন  আৰক্ষীৰ গাড়ী ক্ষয় ক্ষতি  হোৱাৰ লগতে বিশ্বনাথ জিলা অতিৰিক্ত আৰক্ষী বিষয়া  দিগন্ত সাৰ্থি গাড়ীৰ  ক্ষতিসাধন
  • প্ৰতিবাদকাৰীৰ শিলাবৰ্ষণৰ ফলত আহত জিনজিয়া আৰক্ষী বিষয়া বিশ্বজিৎ মেধী 
  • বিহালী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ঘৰত পহৰা আৰক্ষী সেনাবাহিনীৰ 
  • ইফালে বিশ্বনাথ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা ঘৰ ঘেৰাও কৰিলে প্ৰতিবাদী জনতাই
Last Updated : Dec 12, 2019, 9:55 PM IST

ABOUT THE AUTHOR

...view details