এন আৰ চিত নাই নাম: দোমোজাত ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া - এন আৰ চিত নাম নাই ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া
সদ্যঘোষিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত নাই বিশ্বনাথৰ এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় বায়ুসেনা বিষয়াৰ নাম ৷
![এন আৰ চিত নাই নাম: দোমোজাত ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4308561-thumbnail-3x2-yurtsdf.jpg)
এন আৰ চিত নাই নাম: দোমোজাত ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া
বিশ্বনাথ, 1 ছেপ্তেম্বৰ:
- এন আৰ চিৰ চূড়ান্ত তালিকাত নাই বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত চেকেণ্ড লেফটেনেণ্ড কামাণ্ডাৰ ছবিন্দ্ৰ শৰ্মাৰ নাম
- বিশ্বনাথৰ বহু বজাৰ অঞ্চলৰ বাসিন্দা ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া গৰাকী
- ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা ৰাষ্ট্ৰীয় বটা গ্ৰহণ কৰিছিল অৱসৰপ্ৰাপ্ত চেকেণ্ড লেফটেনেণ্ড ছবিন্দ্ৰ শৰ্মাই
- 38 বছৰৰ দেশ সেৱাৰ পাছতো নাহিল এন আৰ চিত নাম এন আৰ চিৰ চূড়ান্ত তালিকাত নাই বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত চেকেণ্ড লেফটেনেণ্ড কামাণ্ডাৰ ছবিন্দ্ৰ শৰ্মাৰ নাম
- অৱসৰপ্ৰাপ্ত বিষয়া গৰাকীৰ নাম নহাত এতিয়া ভাগি পৰিছে তেঁওৰ পৰিয়াল