অসম

assam

ETV Bharat / state

বিশ্বনাথত প্ৰসাদত বিষক্ৰিয়া,শিশুসহ অসুস্থ 17 গৰাকী - মৰলগাঁও

বিশ্বনাথত প্ৰসাদত বিষক্ৰিয়াৰ ফলত শিশুসহ অসুস্থ 17 গৰাকীকৈ লোক ৷ সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে অসুস্থ লোকসকল ৷

শিশুসহ আহত 17 গৰাকী
শিশুসহ আহত 17 গৰাকী

By

Published : Jan 10, 2020, 10:04 AM IST

Updated : Jan 10, 2020, 11:55 AM IST

বিশ্বনাথ, 10 জানুৱাৰী:বিশ্বনাথত প্ৰসাদ খাই অসুস্থ শিশুসহ 17গৰাকীকৈ লোক ৷ বিশ্বনাথৰ মৰলগাঁৱত বৃহস্পতিবাৰে প্ৰসাদত বিষক্ৰিয়াৰ ফলত সংঘটিত হয় এই ঘটনা ৷ মৰলগাঁৱৰ মোহন দাস নামৰ লোকগৰাকীৰ ঘৰত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰসাদ খাই এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ অসুস্থ লোক সকল সম্প্ৰতি বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

বিশ্বনাথত প্ৰসাদ খাই শিশুসহ আহত 17 গৰাকী
Last Updated : Jan 10, 2020, 11:55 AM IST

ABOUT THE AUTHOR

...view details