অসম

assam

By

Published : Sep 11, 2019, 2:55 AM IST

ETV Bharat / state

বিশ্বনাথত খাৱৈত সোমাল তেলভৰ্তি টেংকাৰ

জিনজিয়া আৰক্ষী থানাৰ ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া আৰু বিশ্বনাথৰ উপ আৰক্ষী অধীক্ষক সহিত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি

বিশ্বনাথত খাৱৈত সোমাল তেলভৰ্তি টেংকাৰ

বিশ্বনাথ,11 ছেপ্তেম্বৰ: মঙলবাৰে নিশা বিশ্বনাথৰ জিনজিয়া আৰক্ষী চকীৰ অন্তৰ্গত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ দ'-খাৱৈত সোমাই পৰে বিশ্বনাথ চাৰিআলি পৰা লখিমপুৰ অভিমুখে গৈ থকা AS 11BC 7616 নম্বৰৰ এখন তেল ভৰ্ত্তি তেল টেংকাৰ ৷

বিশ্বনাথত খাৱৈত সোমাল তেলভৰ্তি টেংকাৰ

এই ঘটনাৰ পাছতেই আতংকিত হৈ পৰে অঞ্চলটোৰ স্থানীয় ৰাইজ ৷ আতংকিত ৰাইজে ঘৰ বাৰী এৰি পলায়ন কৰে নিৰাপদ স্থানলৈ ৷ কিছু সময়ৰ পাছতে ঘটনা স্থলীত জিনজিয়া আৰক্ষী থানাৰ ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া আৰু বিশ্বনাথৰ উপ আৰক্ষী অধীক্ষক সহিত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷

ABOUT THE AUTHOR

...view details