অসম

assam

ETV Bharat / state

বিহালীত হৰিণা উদ্ধাৰ - kaziranga

শুকুৰবাৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত কাজিৰঙা ষষ্ঠ সংযোজনাৰ পৰা ওলাই অহা এটা হৰিণা বিহালী ভীমদ্ঙা গাঁৱত উদ্ধাৰ হয় । স্থানীয় ৰাইজে হৰিণাটো উদ্ধাৰ কৰি বিহালী আৰক্ষীক চমজাই দিয়ে ।

বিহালীত হৰিণ উদ্ধাৰ

By

Published : Jul 20, 2019, 2:31 PM IST

  • ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত কাজিৰঙাৰ পৰা ওলাই অহা হৰিণা উদ্ধাৰ
  • শনিবাৰে স্থানীয় ৰাইজে বিহালী ভীমদঙা গাঁৱত উদ্ধাৰ কৰে হৰিণাটো
  • পুৱা উদ্ধাৰ হোৱা হৰিণাটো পাচত বিহালী আৰক্ষীক চমজাই দিয়ে

ABOUT THE AUTHOR

...view details