অসম

assam

ETV Bharat / state

বিশ্বনাথত অবৈধ সুৰা ঘাটি উৎখাত - ETV Bharat

আৰক্ষী প্ৰশাসনৰ এই অভিযান

বিশ্বনাথত অবৈধ সুৰা ঘাটি উৎখাত অভিযান

By

Published : Feb 24, 2019, 10:26 PM IST


গোলাঘাটত বিষাক্ত সুৰা পাৱ কৰি শতাধিক লোকৰ মৃত্যু হোৱা পিচত ৰাজ্যত অব্যাহত আছে সুৰা ঘাটি উৎখাত অভিযান ।

দেওবাৰেবিশ্বনাথৰ সাপ্তাহিক বজাৰত হঠাৎ সুৰাৰ ঘটি উৎখাত অভিযান দেখা পোৱা যায় ।

বিশ্বনাথত অবৈধ সুৰা ঘাটি উৎখাত অভিযান

বিশ্বনাথ জিলাআৰক্ষী প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াৰ নেতৃত্বত যোৱা এটি অভিযানকাৰী দলেবজাৰ খনতদীৰ্ঘদিনৰ পৰা চলি অহা অবৈধচুলাই গাঞ্জা বিক্ৰী কৰাঅবৈধ ঘাটি সমূহ উৎখাত কৰা লগতেহাতে লোতে আটক কৰে এজনক ।

ইফালে দেওবাৰে বিহালী দেওবাৰীয়া সাপ্তাহিক বজাৰতো অভিযান চলাই আৰক্ষীয়ে ।

আৱকাৰী কাৰ্যালয় আৰু বৰগাং আৰক্ষী চকী সন্মুখতেলাগি থকা সাপ্তাহিক বজাৰত দীৰ্ঘদিন ধৰি অবৈধ চুলাই মুকলিকৈ বজাৰত বিক্ৰী হৈ থকাত আজি

শতাধিক সদৌঅসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা আৰুবিহালী শাখা সমিতিৰসদস্যই বজাৰ খনত প্ৰৱেশ কৰি

অবৈধ দেশীয় সুৰাৰ ভাটি সমূহ ভাঙি দিয়াৰ লগতেপ্ৰায় ৫০০ লিটাৰ দেশীয় সুৰা নষ্ট কৰে।

ইফালে বিহালী বিভিন্ন অঞ্চলত বৰ্তমানোবহু স্থানত অবৈধ চলাই ব্যৱসায় চলি আছে যদিও বিহালী আৰু বিশ্বনাথ আৱকাৰী বিষয়া সকলে কোনো ব্যৱস্থা।গ্ৰহণ নকৰা অভিযোগ তুলিছে আছা সদস্যই ।

ABOUT THE AUTHOR

...view details