অসম

assam

ETV Bharat / state

পহিলা বহাগত হুঁচৰি গাবলৈ ওলাই আহিল বিশ্বনাথবাসী

সোমবাৰে পুৱা বিশ্বনাথৰ দক্ষিণ ৰাংছালী গাৱঁৰ ৰাইজে একগোট হৈ হুঁচৰি গোৱা লগতে এক সমদল ওলিয়াই

By

Published : Apr 15, 2019, 6:00 PM IST

পহিলা বহাগত হুঁচৰি গাবলৈ ওলাই আহিল বিশ্বনাথবাসী

বিশ্বনাথ, 15 এপ্ৰিলঃ আজি পহিলা ব'হাগত সমগ্ৰ ৰাজ্যৰ প্ৰতিখন জিলাতে দেখা গ'ল উখল মাখল পৰিৱেশ৷

ইয়াৰ ব্যতিক্ৰমী নহয় বিশ্বনাথবাসী৷ সোমবাৰে পুৱা ৭ বজাৰ পৰাই বিশ্বনাথৰ দক্ষিণ ৰাংছালী গাৱঁৰ ৰাইজে একগোট হৈ হুঁচৰি গোৱা লগতে এক সমদল ওলিয়াই৷

ABOUT THE AUTHOR

...view details