অসম

assam

ETV Bharat / state

শোণিতপুৰ-বিশ্বনাথত ডায়েৰিয়া পষেক - বিশ্বনাথ

9 জুনলৈ ডায়েৰিয়া নিয়ন্ত্ৰণ পষেক অব্যাহত থাকিব বুলি জনাইছে শোণিতপুৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডা0 কৃষ্ণা কেম্প্ৰাই ৷ এই সময়ছোৱাত ডায়েৰিয়া নিয়ন্ত্ৰণৰ বাবে সজাগতা সৃষ্টিৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ'ব ৷

শোণিতপুৰ-বিশ্বনাথত ডায়েৰিয়া পষেক

By

Published : May 29, 2019, 8:15 AM IST

বিশ্বনাথ, 29 মে': শোণিতপুৰ আৰু বিশ্বনাথ জিলাতো মঙলবাৰৰ পৰা আৰম্ভ হৈছে ডায়েৰিয়া নিয়ন্ত্ৰণ পষেক ৷ মঙলবাৰে বিশ্বনাথ জিলা ৰাষ্ট্ৰীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সজাগতা সভা উদ্বোধন কৰে উপায়ুক্ত পবিত্ৰ ৰাম খাউণ্ডে ৷ 9 জুনলৈ ডায়েৰিয়া নিয়ন্ত্ৰণ পষেক অব্যাহত থাকিব বুলি জনাইছে শোণিতপুৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডা0 কৃষ্ণা কেম্প্ৰাই ৷ এই সময়ছোৱাত ডায়েৰিয়া নিয়ন্ত্ৰণৰ বাবে সজাগতা সৃষ্টিৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ'ব ৷ সজাগতা সভাখনত উপস্থিত থাকে সাস্থ্য বিভাগৰ বহুসংখ্যক বিষয়া-কৰ্মচাৰী ৷

ABOUT THE AUTHOR

...view details