অসম

assam

By

Published : Jun 14, 2019, 6:07 PM IST

ETV Bharat / state

বিশ্বনাথত পৰশুৰামৰ ৰূপত শম্ভু গোৱালাঃ জোতাৰে কোবাই-কোবাই হত্যা মাতৃক

বিশ্বনাথত মাতৃক হত্যা কৰাৰ অভিযোগ পুত্ৰৰ বিৰুদ্ধে ৷ অভিযুক্ত শম্ভু গোৱালাৰ কণমানি পুত্ৰৰ চকুৰ সন্মুখতে সংঘটিত হ'ল সমগ্ৰ ঘটনা ৷

বিশ্বনাথত পৰশুৰামৰ ৰূপত শম্ভু গোৱালাঃ জোতাৰে কোবাই-কোবাই হত্যা মাতৃক

বিশ্বনাথ, 14 জুনঃ

  • বিশ্বনাথৰ বালিপুখুৰীত উদ্ধাৰ ৬০ বছৰীয়া বৃদ্ধাৰ মৃতদেহ
  • মৃত মহিলাগৰাকী চাওনি গুৱালা বুলি চিনাক্ত
  • শোৱাপাটিতে উদ্ধাৰ হৈছে মহিলা গৰাকীৰ মৃতদেহ
  • নিজ পুত্ৰই হত্যা কৰাৰ অভিযোগ তুলিছে বায়েক আৰু স্থানীয়লোকৰ
  • অভিযুক্ত পুত্ৰৰ নাম শম্ভু গোৱালা
    বিশ্বনাথত পৰশুৰামৰ ৰূপত শম্ভু গোৱালাঃ জোতাৰে কোবাই-কোবাই হত্যা মাতৃক
  • শম্ভু গোৱালাই বহু দিনৰ পৰাই মাতৃৰ ওপৰত অত্যাচাৰ চলাই অহাৰ অভিযোগ
  • পূৱেও বহুবাৰ মাতৃক হত্যাৰ চেষ্টা কৰিছিল শম্ভুৱে
  • শম্ভুৰ কনমানি পুত্ৰই দেখিছিল আইতাকক অত্যাচাৰ কৰাৰ দৃশ্য
  • জোতাৰে কোবাই-কোবাই হত্যা কৰা বুলি জানিবলৈ দিছে কণমানিটোৱে
  • মহিলাগৰাকীৰ দেহত স্পষ্ট আঘাতৰ চিন
  • ইতিমধ্যে অভিযুক্ত শম্ভুক আটক কৰিছে আৰক্ষীয়ে

ABOUT THE AUTHOR

...view details