- বিশ্বনাথৰ চতিয়াত অস্ত্ৰসহ দুই চোৰাং চিকাৰী আটক
- চতিয়াৰ কুমলীয়াৰ পৰা আটক কৰে চিকাৰী দুজনক
- লগতে উদ্ধাৰ এটা থ্ৰী নট থ্ৰী ৰাইফল , ১৬ জাই সজীৱ গুলী, এডাল চাইলেঞ্চাৰ, এখন ৰাবাৰ ব'ট সহ এটা পাম চেট আৰু ৫০ হাজাৰ নগদ টকা
- ধৃত চিকাৰী দুটাৰ নাম য়াকুব আলি আৰু কাছেম আলি
- ধৃত চিকাৰী দুজনৰ ঘৰ ভোজমাৰীত
- চতিয়া আৰক্ষী আৰু বন বিভাগৰ অভিযানত গ্ৰেপ্তাৰ হয় চিকাৰী দুজন
- গুৱাহাটীৰ হাতিগাৱৰ পৰা গ্ৰেপ্তাৰ কৰা টাইখো জিমমি নামৰ নাগা চিকাৰিজনৰ স্বীকাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় দুয়োকে
- কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ শিলডুবিত সংঘটিত হোৱা গড় হত্যাৰ লগত জড়িত দুয়োজন
বনবিভাগৰ সফলতা, বিশ্বনাথত আটক চোৰাং চিকাৰী - বিশ্বনাথৰ চতিয়া
BISWANATH RHINO POACHER ARREST
চিকাৰী আটক
21:40 July 13
বিশ্বনাথৰ চতিয়াত অস্ত্ৰসহ দুই চোৰাং চিকাৰী আটক
Last Updated : Jul 14, 2019, 12:01 AM IST