অসম

assam

ETV Bharat / state

গ্ৰীণ আচিয়ানা চ'চাইটিৰ বানাক্ৰান্তলৈ সাহায্য - Flood

বিহালীৰ বানাক্ৰান্ত সকললৈ বিশেষ সাহায্য গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ চ'চাইটিৰ কৰ্মকৰ্তাৰ

গ্ৰীণ আচিয়ানা চ'চাইটিৰ বানাক্ৰান্তলৈ সাহায্য

By

Published : Jul 16, 2019, 10:08 PM IST

বিশ্বনাথ,16 জুলাইঃ বিশ্বনাথৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ চ'চাইটিৰ কৰ্মকৰ্তাৰ এক প্ৰতিনিধি দলে বিহালীৰ বান বিধস্ত অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ দুখ-দুৰ্গতিৰ বুজ লয় । গ্ৰীণ চ'চাইটিৰ সঞ্চালক কিশোৰ (কল্প) হাজৰিকাৰ প্ৰচেষ্টাত বানাক্ৰান্ত ৰাইজক চাউল,ডালি,নিমখ, চাবোন আদি যোগান ধৰে সংগঠনটোৱে ।

গ্ৰীণ আচিয়ানা চ'চাইটিৰ বানাক্ৰান্তলৈ সাহায্য

স্বেচ্ছাসেৱী সংগঠন গ্ৰীণ আচিয়াণা চ'চাইটি সংগঠনৰ সদস্য সকলে মোনাবাৰী বুঢ়িগাং অঞ্চলত উপস্থিত হৈ খাদ্য সামগ্ৰী বিতৰণ কৰে । ইফালে এই বিতৰণত সহযোগ কৰে আটছাৰ সদস্যৰ লগতে, মোনাবাৰী গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য, বিহু পুখুৰী গাওঁৰক্ষী বাহিনীৰ সম্পাদকেও সহযোগ কৰে৷

লগতে পঢ়কঃ নগাঁৱৰ ডুমডুমীয়াত এচিড আক্ৰমণৰ ঘটনা

ABOUT THE AUTHOR

...view details