অসম

assam

By

Published : Jul 14, 2019, 1:49 PM IST

ETV Bharat / state

বিশ্বনাথত হৰিণা উদ্ধাৰ

বিশ্বনাথৰ বাঘমাৰী শ্বহীদ অৰুপ কুমাৰ বৰুৱা এম ই স্কুলৰ চৌহদৰ পৰা উদ্ধাৰ হয় হৰিণাটো ৷ বিদ্যালয়খনৰ সহকাৰী শিক্ষক গনেশ বৰ্মন আৰু স্থানীয় ৰাইজে বন কৰ্মীক খবৰ দি হৰিণাটো গতাই দিয়ে ৷

বিশ্বনাথত হৰিণা উদ্ধাৰ

  • বিশ্বনাথ মাঘমাৰীত হৰিণা উদ্ধাৰ
  • দেওবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বানত উটি অহিছিল হৰিণাটো
  • বিশ্বনাথৰ বাঘমাৰী শ্বহীদ অৰুপ কুমাৰ বৰুৱা এম ই স্কুলৰ চৌহদৰ পৰা উদ্ধাৰ হয় হৰিণাটো
  • বিদ্যালয়খনৰ সহকাৰী শিক্ষক গনেশ বৰ্মন আৰু স্থানীয় ৰাইজে বন কৰ্মীক খবৰ দি হৰিণাটো গতাই দিয়ে

ABOUT THE AUTHOR

...view details