অসম

assam

ETV Bharat / state

বিশ্বনাথত মহিলাৰ মৃতদেহ উদ্ধাৰ - Biswanath news

বিশ্বনাথৰ এখন পথাৰত উদ্ধাৰ হৈছে মহিলাৰ মৃতদেহ ৷ কোনো দুৰ্বৃত্তই মহিলাগৰাকীক হত্যা কৰাৰ সন্দেহ ব্যক্ত স্থানীয় ৰাইজৰ ৷

বিশ্বনাথত মহিলাৰ মৃতদেহ উদ্ধাৰ

By

Published : Sep 5, 2019, 5:57 PM IST

বিশ্বনাথ, 5 ছেপ্তেম্বৰঃ

  • বিশ্বনাথৰ হাইডাবাৰীৰ শিয়ালমাৰি গাওঁৰ পথাৰত পৰিত্যক্ত অৱস্থাত মহিলা মৃতদেহ উদ্ধাৰ ৷
  • কোনো দুৰ্বৃত্তই মহিলাগৰাকীক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ ব্যক্ত কৰিছে স্থানীয় ৰাইজে ৷
  • স্থানীয় এজন যুৱকে মাছ মাৰিব যোৱা সময়ত প্ৰত্যক্ষ কৰে মৃতদেহটো ৷
  • এই পৰ্যন্ত মৃতদেহটোৰ চিনাক্তকৰণ হোৱা নাই ৷
  • বিশ্বনাথ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে ৷
    বিশ্বনাথত মহিলাৰ মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details