বিশ্বনাথ 3 নৱেম্বৰঃ মঙলবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বিশ্বনাথ জিলা সমিতি উদ্যোগত আৰু গহপুৰ আঞ্চলিক সমিতি সহযোগত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে গহপুৰ মহকুমাধিপতি কাযার্লয়ত।
অসমত আন্তঃ ৰাজ্যিক পাৰ পত্ৰ আৰু দ্বি-নাগৰিকত্ব ব্যৱস্থা প্ৰৰ্বতন কৰা, নাগৰিকত্ব সংশোধন আইন ২০১৬ বাতিল, EIA-2020 আইন বিধেয়ক বাতিলৰ দাবীত সংগঠনটো শতাধিক সদস্যই মহকুমাধিপতি কাযার্লয়ত সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।