অসম

assam

বিশ্বনাথত আদিবাসী ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ প্ৰতিবাদ

By

Published : Jul 10, 2019, 10:34 PM IST

বনভূমিত আদিবাসীসকলক ভূমি অধিকাৰ প্ৰদান কৰাৰ দাবীত বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।প্ৰতিবাদকাৰীসকলে চাহ মজদুৰ সংঘৰ কাৰ্যালয়ৰ পৰা প্ৰতিবাদী সমদল উলিয়াই উপায়ুক্তৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

আদিবাসী ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ বিক্ষোভ

বিশ্বনাথ, 10 জুলাই: বিশ্বনাথত আদিবাসী ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ বিক্ষোভ ৷ বুধবাৰে সহস্ৰাধিক প্ৰতিবাদকাৰীৰ প্ৰতিবাদত কঁপি উঠিল বিশ্বনাথ ৷ বনভূমিত আদিবাসীসকলক ভূমি অধিকাৰ প্ৰদান কৰাৰ দাবীত বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

আদিবাসী ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ বিক্ষোভ

প্ৰতিবাদকাৰীসকলে চাহ মজদুৰ সংঘৰ কাৰ্যালয়ৰ পৰা প্ৰতিবাদী সমদল উলিয়াই উপায়ুক্তৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

আদিবাসী ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ বিক্ষোভ

ABOUT THE AUTHOR

...view details