বৰপেটা, 19 জানুৱাৰীঃবৰপেটাৰ বহৰিত 'প্যান্থাৰ ক্লাৱ'ৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি সংগীত পৰিৱেশনৰ মাজতে CAA ক লৈ নিজৰ বিভিন্ন মত প্ৰকাশ কৰিলে শিল্পী গৰাকীয়ে ৷
CAA বাতিল হ'লেহে দাড়ি কাটিম : জুবিন গাৰ্গ