অসম

assam

ETV Bharat / state

মথনগুৰিত বিপিএফৰ হৈ ৰেগিং কৰাৰ অপৰাধত এজন আটক - বিপিএফ কৰ্মী

২০ নং মথনগুৰি পৰিষদীয় সমষ্টিৰ 589 নং বংশীবাৰী এল পি স্কুল ভোট গ্ৰহণ কেন্দ্ৰত বিপিএফৰ হৈ ভোট ৰেগিং কৰাৰ অভিযোগত এজন বিপিএফ কৰ্মীক আৰক্ষীয়ে আটক কৰে ৷

vote-raging-at-mathanguri
মথনগুৰীত বিপিএফৰ হৈ ৰেগিং কৰাৰ অপৰাধত এজন আটক

By

Published : Dec 7, 2020, 10:22 PM IST

বৰপেটাৰোড 7 ডিচেম্বৰ :সোমবাৰে বিটিচিত অনুষ্ঠিত হৈ যায় প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ ৷ দলে বলে ৰাইজ ওলাই আহিল ভোট দিবলৈ ৷ কিন্তু তাৰ মাজতেই মথনগুৰি পৰিষদীয় সমষ্টিত ভোট ৰেগিঙৰ অভিযোগ উত্থাপন হৈছে ৷

মথনগুৰীত বিপিএফৰ হৈ ৰেগিং কৰাৰ অপৰাধত এজন আটক

২০ নং মথনগুৰি পৰিষদীয় সমষ্টিৰ 589 নং বংশীবাৰী এল পি স্কুল ভোট গ্ৰহণ কেন্দ্ৰত বিপিএফৰ হৈ ভোট ৰেগিং কৰাৰ অভিযোগত এজন বিপিএফ কৰ্মীক আৰক্ষীয়ে আটক কৰে ৷ ৰেগিং কৰাৰ সময়ত আটক কৰা কৰ্মী গৰাকীৰ নাম সুজন বক্সী বুলি জানিব পৰা গৈছে ৷ বিপিএফ দলৰ কৰ্মী গৰাকীক আৰক্ষীয়ে আটক কৰি গোৱৰ্ধনা আৰক্ষী থানালৈ লৈ যায় । ঘটনাক কেন্দ্ৰ কৰি ভোটগ্ৰহণ কেন্দ্ৰটোত চেপা উত্তেজনাই বিৰাজ কৰে ৷

লগতে পঢ়ক: বিটিচিৰ মচনদত কোন বহিব ?

ABOUT THE AUTHOR

...view details