অসম

assam

ETV Bharat / state

বৰপেটা মেডিকেল কলেজ হাস্পতালৰ চৌহদত ড্ৰাগছ ব্যৱসায়ী আটক - barpeta police

ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলাই বৰপেটা আৰক্ষীয়ে বৰপেটা মেডিকেল কলেজ হাস্পতালৰ চৌহদত পৰা দুই ড্ৰাগছ ব্যৱসায়ীক আটক কৰে ৷ ধৃত ড্ৰাগছ ব্যৱসায়ী দুটাৰ নাম আশ্ৰাফুল ইছলাম আৰু মোজাহিদুল ইছলাম বুলি জানিবলৈ দিছে আৰক্ষীৰ সূত্ৰই ৷

two drugs padler arrest
বৰপেটা মেডিকেল কলেজ হাস্পতালৰ চৌহদত আটক হ'ল ড্ৰাগছ ব্যৱসায়ী

By

Published : Jun 2, 2021, 10:03 PM IST

বৰপেটা, ২ জুন :বৰপেটা মেডিকেল কলেজ হাস্পতালৰ চৌহদত ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলাই বৰপেটা আৰক্ষীয়ে ৷ অভিযান কালত ব্ৰাউন চুগাৰসহ বঙাইগাঁৱৰ দুই ড্ৰাগছ ব্যৱসায়ীক আটক কৰে আৰক্ষীয়ে ৷ ধৃত ড্ৰাগছ ব্যৱসায়ী দুটাৰ নাম আশ্ৰাফুল ইছলাম আৰু মোজাহিদুল ইছলাম বুলি জানিবলৈ দিছে আৰক্ষীৰ সূত্ৰই ৷ আৰক্ষীৰ সূত্ৰই সদৰি কৰা মতে দুই সৰবৰাহকাৰীৰ ঘৰ বঙাইগাঁৱৰ অভয়াপুৰীৰ লেংটিচিঙাত ৷

বৰপেটা মেডিকেল কলেজ হাস্পতালৰ চৌহদত আটক হ'ল ড্ৰাগছ ব্যৱসায়ী

চাবোনৰ কেচত ড্ৰাগছ ভৰাই বিক্ৰীৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাল চৌহদত ৰৈ থকা অৱস্থাতে আৰক্ষীয়ে অভিযান চলাই আটক কৰে ড্ৰাগছ ব্যৱসায়ী দুজনক ৷ উল্লেখ্য যে, বৰপেটা মেডিকেল কলেজ হাস্পতালৰ চৌহদত ড্ৰাগছ ব্যৱসায়ীক আটক কৰা ঘটনাক লৈ সমগ্ৰ বৰপেটাতে এক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

বৰপেটা মেডিকেল কলেজ হাস্পতালৰ চৌহদত আটক হ'ল ড্ৰাগছ ব্যৱসায়ী

লগতে পঢ়ক:খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত শিৰ নত কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

ABOUT THE AUTHOR

...view details