Tense situation in Shillong: শ্বিলঙত উত্তেজিত জনতাই জ্বলালে আৰক্ষীৰ বাহন
শ্বিলং চহৰৰ মাজ মজিয়াত বৃহস্পতিবাৰে সন্ধিয়া সৃষ্টি হয় অগ্নিগৰ্ভা পৰিস্থিতিৰ (Tense situation in Shillong) ৷ জিৰিকিন্দিঙৰ ঘটনাত নিহত সকলৰক শ্ৰদ্ধাঞ্জলি জনাবলৈ ওলাই আহিছিল সহস্ৰাধিক জনতা ৷ সেই সময়তে উত্তেজিত ৰাইজে আক্ৰমণ কৰে নিৰাপত্তা বাহিনীক (Protesters in Shillong attack security forces)৷
Assam Meghalaya Border Firing: মেঘালয়ৰ ওচৰত শৰণাপন্ন হৈছে অসম চৰকাৰ: এতুৱা মুণ্ডা
অসম-মেঘালয় সীমান্তত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বন মন্ত্ৰী এতুৱা মুণ্ডাই (Atuwa Munda reacts on Assam Meghalaya border Firing issue) । দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ কেইবালানি আলোচনা হোৱাৰ পাচতো এনে ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাতো দুৰ্ভাগ্যজনক আখ্যা দিছে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ।
Livestock died in Tezpur: তেজপুৰত বিদ্যুৎস্পৃষ্ট হৈ পশুধনৰ মৃত্যু
তেজপুৰত শোকাৱহ ঘটনা (Livestock died in Tezpur) ৷ বিদ্যুৎস্পৃষ্ট হৈ দুটাকৈ পশুধনৰ মৃত্যু ৷ বনৰীয়া গাহৰি ধৰিবলৈ পতা বৈদ্যুতিক ফান্দত (হাকুতা) পৰিল দুটাকৈ পশুধন ৷
Journalists Threat Case: জম্মু আৰু কাশ্মীৰৰ সাংবাদিকলৈ ভাবুকি, বহুকেইটা স্থানত আৰক্ষীৰ তালাচী
১২ নৱেম্বৰত 'দ্য কাশ্মীৰ ফাইট' ব্লগৰ জৰিয়তে জম্মু আৰু কাশ্মীৰৰ সাংবাদিকসকলক দিয়া ভাবুকিৰ সন্দৰ্ভত ৰুজু হৈছিল গোচৰ ৷ গোচৰৰ ওপৰত ভিত্তি কৰিয়েই এই ঘটনাৰ লগত জড়িতসকলৰ সন্ধানত শ্ৰীনগৰ আৰক্ষীয়ে উপত্যকাটোৰ সাতটাকৈ স্থানত চলালে অভিযান ৷
Mass marriage in Ghaziabad: একেলগে সম্পন্ন হ’ল 3003 খন সামূহিক বিবাহ
এখন নহয় দুখন নহয় । একেলগে 3003 খন বিবাহ । এই বিৰল দৃশ্যপটৰ সাক্ষী হ’ল উত্তৰ প্ৰদেশৰ গাজিয়াবাদ । আয়তীৰ উৰুলি-পুৰোহিতৰ মন্ত্ৰধ্বনিৰে মুখৰিত গাজিয়াবাদৰ আকাশ বতাহ (Social marriage program in Ghaziabad) ৷