Tamulpur Bomb Blast : তামুলপুৰত সংঘটিত বোমা বিস্ফোৰণ
তামুলপুৰত বোমা বিস্ফোৰণ (Bomb Blast in Tamulpur)। ১ নং পাহাৰপুৰত সংঘটিত হয় এই ঘটনা । অনন্ত ৰামচিয়াৰী নামৰ এজন লোকৰ ঘৰত সংঘটিত এই বিস্ফোৰণ ৷
এইবাৰ পেট্ৰ’ল ঢালি আত্মহত্যাৰ হুংকাৰ শিক্ষকৰ
সোমবাৰে ত্ৰিপুৰাত এটি শিক্ষকৰ দলে তেওঁলোকৰ সমস্যা সমূহ সমাধান কৰিবলৈ বিবেকানন্দ ময়দানত ‘মহাকৰণ অভিযান’ শীৰ্ষক এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে ৷ আনকি এই প্ৰতিবাদী শিক্ষকসকলে পেট্ৰ’ল ঢালি আত্মহত্যা কৰাৰ ভাবুকি প্ৰদান কৰে (teachers threatens to kill them selves) ৷
Guwahati gang rape : দলবদ্ধ ধর্ষণৰ ৫ অভিযুক্তৰ ৭ জন আত্মীয়ক গ্ৰেপ্তাৰ
গুৱাহাটী মহানগৰীৰ গাড়ীগাঁৱৰ কিশোৰী দলবদ্ধ ধৰ্ষণৰ গোচৰত অভিযুক্তৰ পৰিয়ালৰ সদস্য আৰু আত্মীয়ক গ্ৰেপ্তাৰ । ৫ অভিযুক্ত লম্পটৰ ৭ জনকৈ আত্মীয়-বন্ধুক গ্ৰেপ্তাৰ কৰিছে পানবজাৰ মহিলা আৰক্ষী থানাই (Gang rape in Guwahati) ।
কাগজ কলৰ মাটি হস্তান্তৰ প্ৰক্ৰিয়া আৰম্ভ: বিধানসভাত ক'লে মুখ্যমন্ত্ৰীয়ে
কাগজ কলৰ মাটি ৰাজ্য চৰকাৰলৈ হস্তান্তৰৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে (Land handover of Assam paper mill)৷ কল দুটাৰ কৰ্মচাৰীসকলে পাবলগীয়া দৰমহা, বিদ্যুতৰ বিল আদিৰ বাবদ ৭৫০ কোটি টকা মোকলাই দিয়াৰ কথা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে ৷
বিহুৰ বাবে কঁকালত টঙালি বান্ধি সাজু শিল্পী বিপিন চাউদাং
বিহুক লৈ হোৱা বিতৰ্কক আওকান কৰি বিহুলৈ কঁকালত টঙালি বান্ধি সাজু সংগীত শিল্পী বিপিন চাউদাং(Singer Bipin Chawdang Prepared for Bihu) ৷ উল্লেখ্য যে,আগন্তুক বিহুক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Assam CM announce new guideline for Bihu) কিছু নিয়ম ঘোষণা কৰাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল(Assam Government's rules for Bihu) ।