এন বীৰেন সিঙেই হ’ব মণিপুৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী
এন বীৰেন সিঙেই হ’ব মণিপুৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী (N Biren Singh to get a second term ) ৷ এই কথা সদৰি কৰিলে মণিপুৰ বিজেপিৰ বিশেষ সূত্ৰই ৷
১১-১২ মাৰ্চত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই ১১ আৰু ১২ মাৰ্চত গুজৰাট ভ্ৰমণৰ কথা সদৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰি খেল মহাকুম্ভ(Khel Mahakumbha) মুকলি কৰাৰ কথা ঘোষণা কৰিব প্ৰধান মন্ত্ৰীগৰাকীয়ে । আৰু কি কি অনুস্তানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ?
No Covid Day Assam: প্ৰথমবাৰলৈ অসমত ক'ভিড আক্ৰান্ত শূণ্য
আজিৰ দিনটোত ক'ভিড আক্ৰান্তৰ সংখ্যা শূন্য হৈছে অসমত (No covid day Assam) ৷ আজিৰ দিনটোত ১,৭১৩ গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল আৰু সকলোৰে ফলাফল নিগেটিভ হয় ।
গুৱাহাটীত ভূগৰ্ভস্থ পানী আহৰণত নিষিদ্ধতা জাৰি
কেন্দ্ৰীয় ভূগৰ্ভস্থ জলবোৰ্ডৰ অনুমতি অবিহনে গুৱাহাটীত যিকোনো প্ৰকাৰৰ ভূগৰ্ভস্থ পানী আহৰণ কৰা (boring) নিষিদ্ধ কৰা হৈছে। শেহতীয়াভাৱে কামৰূপ মহানগৰ উপায়ুক্ত (এম) পল্লৱ গোপাল ঝাই এক নিৰ্দেশৰ জৰিয়তে কেন্দ্ৰীয় ভূগৰ্ভস্থ জলবোৰ্ডৰ অনুমতি অবিহনে গুৱাহাটীত যিকোনো প্ৰকাৰৰ ভূগৰ্ভস্থ পানী আহৰণ কৰা (boring) নিষিদ্ধ কৰিছে(Ban imposed on groundwater extraction in Guwahati) ।
ডাঃ ভৱ দাস ফাউণ্ডেচনৰ তৰফৰ পৰা 14 বছৰ অনুৰ্ধৰ হৃদৰোগী শিশুসকলৰ বিনামূলীয়া শল্য চিকিৎসা
ৰাজ্যৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ হৃদৰোগী শিশু থকা পৰিয়ালৰ বাবে সুখবৰ । বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত বিশিষ্ট চিকিৎসক ডাঃ বি পি চক্ৰৱৰ্তীয়ে অসমৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ 14 বছৰ অনুৰ্ধৰ হৃদৰোগী শিশুসকলক সম্পূর্ণ বিনামূলীয়াকৈ শল্য চিকিৎসা আগবঢ়োৱা হ'ব (Bhaba das foundation to provide free heart surgery for poor children) বুলি উল্লেখ কৰে ৷