বাৰে বাৰে মুখ্য়মন্ত্ৰীক সাক্ষাৎ কৰা পৱন সিং ঘাটোৱাৰে কৰিছে নেকি নতুন অংক
গেৰুৱা হ’ব নেকি পৱন সিং ঘাটোৱাৰ ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডিব্ৰুগড়লৈ গ’লেই কিয় লগ কৰিবলৈ আহে ঘাটোৱাৰ (Paban Singh Ghatowar meets Himanta Biswa Sarma) ৷ নতুন অংক কৰিছে নেকি একালৰ প্ৰতাপী কংগ্ৰেছ নেতাগৰাকীয়ে ৷ সোমবাৰে নিশাও মুখ্যমন্ত্ৰীৰ সৈতে দেখা গ’ল পৱন সিং ঘাটোৱাৰক ৷
Omicron in Assam: অ’মিক্ৰণক লৈ অভয়বাণী স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ
অ’মিক্ৰণক লৈ শংকিত হোৱাৰ প্ৰয়োজন নাই ৷ কিছু সতৰ্ক হৈ থাকিলেই হ’ব ৷ সংক্ৰমণ বেছি হ'লেও অ’মিক্ৰণে বিশেষ ক্ষতি কৰিব নোৱাৰে (There is no need to panic and be afraid of Omicron) ৷ এই মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ৷
EV charging station in Jorhat: উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো বাহন চাৰ্জিং ষ্টেচন মুকলি
যোৰহাটত মুকলি হ’ল উত্তৰ-পূবৰ প্ৰথমটো ইলেক্ট্ৰনিক বাহন চাৰ্জিং ষ্টেচন (First public EV charging station inaugurated) ৷ শেহতীয়াকৈ দেশৰ লগতে অসমতো উপলব্ধ হোৱা ইলেক্ট্ৰনিক বাহনৰ বাবে প্ৰয়োজনীয় ইন্ধনৰ প্ৰতি লক্ষ্য ৰাখি মুকলি কৰা হৈছে ষ্টেচনটো ৷
হাতে-লোটে ধৰা পৰিল দৰমহাৰ টকাৰে পেট নভৰা সচিবালয়ৰ বাইদেউ
মুখ্যমন্ত্ৰীৰ ৰঙা চকুলৈকো কেৰেপ নকৰি অৰ্থলোভী চৰিত্ৰ বৰ্তাই ৰাখি দুৰ্নীতি অব্যাহত ৰাখিছে ৰাজ্যৰ এচাম ঘোচখোৰ কৰ্মচাৰীয়ে ৷ মঙলবাৰে ঘোচ ল’বলৈ গৈ হাতে-লোটে ধৰা পৰিল সচিবালয়ৰ কৰ্মচাৰী সীমা বাইদেউ (Assam secretariat official arrested of Corruption allegation) ৷
Asam Sahitya Sabha employees protest: অসম সাহিত্য সভাৰ কৰ্মচাৰীৰ প্ৰতিবাদ
অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ত কৰ্মচাৰীৰ প্ৰতিবাদ (Asam Sahitya Sabha employees protest)। সাহিত্য সভাৰ কৰ্মচাৰীসকলে বিগত ৪ মাহে দৰমহা নোপোৱাৰ অভিযোগ । মাঘ বিহুৰ পূৰ্বে ধন মোকলাই দিবলৈ দাবী জনাইছে প্ৰতিবাদী কৰ্মচাৰীসকলে ।