Guwahati school girl suicide case : মডাৰ্ণ ইংলিছ স্কুলত আত্মহত্যাৰ চেষ্টা চলোৱা ছাত্ৰীৰ মৃত্যু
অৱশেষত প্ৰাণ ত্যাগ কৰিলে মহানগৰীৰ মডাৰ্ণ ইংলিছ স্কুলৰ আত্মহত্যাৰ চেষ্টা চলোৱা ছাত্ৰী গৰাকীয়ে ৷ অধ্যয়নৰত বিদ্যালয়খনৰ ৰ্তৃপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে (FIR filled against Modern english school authority ) ৷
ডিব্ৰুগড়ত আছু কৰ্মীক আৰক্ষীয়ে আটক কৰা সন্দৰ্ভত লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া
ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি শেহতীয়াকৈ ডিব্ৰুগড়ত দুটাকৈ ছাত্র সংগঠন ক্ৰমে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম ছাত্ৰ পৰিষদৰ মাজত শেহতীয়াকৈ সৃষ্টি হৈছিল সংঘৰ্ষৰ (Student body election conflict in Dibruagrh) ৷ ইয়াৰ পাছত ডিব্ৰুগড়ত আৰক্ষীয়ে আছু কৰ্মীক আটক কৰা(Police arrests AASU worker) ঘটনাক তীব্ৰ সমালোচনা কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে (Lurinjyoti Gogoi on AASU worker arrest issue) ।
Rangia suicide case : ৰঙিয়াত প্ৰেমিক-প্ৰেমিকাৰ আত্মহনন !
পুৱাই ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা । ৰেল লাইনত উদ্ধাৰ যুৱক আৰু কিশোৰীৰ মৃতদেহ । দুয়োগৰাকী প্ৰেমিক-প্ৰেমিকাই আত্মহত্যা কৰাৰ সন্দেহ ৰাইজৰ (Couple commited suicide at Rangia)। আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সচেতন নাগৰিক মঞ্চ অসমৰ আলোচনা চক্ৰ
গুৱাহাটীৰ কলাক্ষেত্ৰত অনুষ্ঠিত কৰা হয় "সাম্প্রতিক সময়ত বিদ্বৎ সমাজৰ ভূমিকা" শীর্ষক এখন আলোচনা চক্র ৷ উক্ত অনুষ্ঠানত অসমৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভাষন প্ৰদান কৰে(Sachetan Nagarik Mancha Axom's seminar) ৷
হোজাই জিলা লেখিকা সংস্থাৰ পঞ্চম দ্বি-বাৰ্ষিক অধিবেশন
দেওবাৰে লংকাৰ পৰশুৰাম মজুমদাৰ ছোৱালী হাইস্কুলত অনুষ্ঠিত হয় অসম লেখিকা সংস্থাৰ হোজাই জিলা শাখাৰ ২০২১ বৰ্ষৰ পঞ্চম দ্বি-বাৰ্ষিক অধিবেশন (Annual convention of Hojai District Writers' Association)। কাৰ্যনিৰ্বাহক সভাত নতুন কমিটী গঠন কৰা হয় ।