Massive Fire in Jabalpur Hospial : জব্বলপুৰৰ হাস্পতালত বিধ্বংসী অগ্নিকাণ্ডত নিহত ১০ জন
মধ্যপ্রদেশৰ জব্বলপুৰৰ এখন ব্যক্তিগত হাস্পতালত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত (Massive Fire in Jabalpur Hospital) নিহত হৈছে ১০ জনকৈ লোক । হাস্পতালখনত সোমবাৰে দুপৰীয়া অগ্নিকাণ্ড সংঘটিত হোৱা বুলি খবৰ (10 killed in Jabalpur Hospital fire) ।
Ajanta Neog Controversy: নিজৰ বিৰুদ্ধে উঠা অভিযোগ সন্দৰ্ভত অজ্ঞতা প্ৰকাশ অজন্তা নেওগৰ
মন্ত্ৰী অজন্তা নেওগৰ বাসগৃহত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰীগৰাকীৰ(Minister Ajanta Neog controversy) ৷ মন্ত্ৰীগৰাকী ঘৰত নথকা সময়ত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত তেওঁ দায়ী নহয় বুলি মন্তব্য ৷ আৰক্ষীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ কথা ব্যক্ত মন্ত্ৰীগৰাকীৰ ৷ আনহাতে বানৰ সময়ত অসমত ৩,৮০০ টকাৰ নামত দুৰ্নীতি হোৱাৰ কথা অস্বীকাৰ মন্ত্ৰী অজন্তা নেওগৰ ।
Mission Bhumiputra portal: ভূমিপুত্ৰৰ বাবে মুকলি ‘‘মিছন ভূমিপুত্ৰ’’ পৰ্টেল
সোমবাৰে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত মুকলি কৰা হয় ‘‘মিছন ভূমিপুত্ৰ’’ পৰ্টেল (Assam CM Launches Mission Bhumiputra Portal) ৷ ৰাজ্যবাসীৰ বাবে এই পৰ্টেল মুকলি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
Child Trafficking in Baksa : বিটিআৰৰ পাঁচ জিলাত উদ্বেগজনকভাৱে বৃদ্ধি শিশু সৰবৰাহ
২০১৯ বৰ্ষৰ পৰা বৰ্তমানলৈকে ৰাজ্যখনত বিভিন্ন কাম দিয়াৰ প্ৰলোভনেৰে দেশৰ বিভিন্ন স্থানলৈ ২১৯ গৰাকী শিশু মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰা হৈছে (219 child rescued from human trafficking amongst country) । আনহাতে, কেৱল চিৰাং জিলাৰে ৮২গৰাকী শিশু গেংটকৰ পৰা উদ্ধাৰ কৰা হৈছে ।
Rape accused arrested: কিশোৰী ধৰ্ষণৰ অভিযোগত যুৱকক আটক
কিশোৰী ধৰ্ষণৰ গোচৰত বৰপেটাত আটক যুৱক ৷ ষোল্ল বছৰীয়া এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত মাজদিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক (Teenage girl rape in Barpeta)। গ্ৰেপ্তাৰ হোৱা অভিযুক্তটো সৰ্থেবাৰী থানাৰ অন্তৰ্গত গাদেশালীপামৰ দেলবৰ আলীৰ ২১ বছৰীয়া পুত্ৰ আবু তালেব বুলি জানিব পৰা গৈছে ।