Maniratnam health update : চিত্ৰ নিৰ্মাতা মণিৰত্নম ক’ভিডত আক্ৰান্ত হোৱা নাই
মঙলবাৰে পুৱাই এটা খবৰ আহিল যে, দক্ষিণৰ কিংবদন্তি পৰিচালক মণিৰত্নম ক’ভিডত আক্ৰান্ত ৷ কিন্তু এতিয়া জানিব পৰা গৈছে যে, এই খবৰটো সম্পূৰ্ণ ভুৱা আছিল (Maniratnam helth news) ৷ পৰিচালকজনৰ জনসংযোগ গোটৰ পৰা জানিব পৰা গ’ল যে পৰিচালকজন ক’ভিডত আক্ৰান্ত হোৱা নাছিল ৷
Akhil Gogoi apologizes: দ্ৰৌপদী মুৰ্মু সন্দৰ্ভত মন্তব্য কৰি ক্ষমা খুজিলে অখিল গগৈয়ে
ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ প্ৰতি বিতৰ্কিত মন্তব্য কৰি ক্ষমা বিচাৰিবলৈ বাধ্য হ’ল বিধায়ক অখিল গগৈ (Akhil Gogoi apologizes for his remarks) ৷ প্ৰাৰ্থীগৰাকীৰ প্ৰতি কৰা মন্তব্য উঠাই লোৱা বুলি প্ৰৰণ কৰে এক ভিডিঅ’ বাৰ্তা ৷
Halangi green field Airport: হলঙি গ্ৰীণ ফিল্ড বিমানবন্দৰত যাত্ৰীবাহী বিমানৰ পৰীক্ষামূলক অৱতৰণ
এয়াৰ ইণ্ডিয়াৰ এ টি আৰ যাত্ৰীবাহী বিমানে (Air India ATR passenger aircraft) আজি পুৱাৰ ভাগত সুকলমে অৱতৰণ কৰে বুলি টুইটাৰযোগে জনাইছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে (Arunachal CM Pema Khandu twitted)। অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ পৰা ১৫ কিলোমিটাৰ দক্ষিণে হলঙিত মুঠ ৬৪৫ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা এই বিমানবন্দৰত যাত্ৰীবাহী ঘৰুৱা বিমান চলাচল কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ হৈছে ।
Mount Everest : এভাৰেষ্টৰ নাম ‘মাউণ্ট ৰাধানাথ শিকদাৰ’ ৰখাৰ দাবীত ‘সমুদ্ৰৰ পৰা পাহাৰ’ অভিযান
চলিত বৰ্ষত ভাৰত তথা পাকিস্তানে পালন কৰিব স্বাধীনতাৰ ৭৫ সংখ্যক জয়ন্তী । ইতিমধ্যে ভাৰত চৰকাৰে 'স্বাধীনতাৰ অমৃত মহোৎসৱ' নাম দি বছৰজোৰা বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে (azadi ka amrit mahotsav) । একেদৰে চুবুৰীয়া দেশ বাংলাদেশেও স্বাধীনতাৰ স্বৰ্ণ জয়ন্তী বৰ্ষ উদযাপন কৰি আছে ।
Climate change action plan: চৰকাৰ ব্যৰ্থ জলবায়ু পৰিবৰ্তনৰ মোকাবিলাত
জলবায়ু পৰিবৰ্তনৰ লগত মোকাবিলা কৰাৰ বাবে ৰাজ্য চৰকাৰে ব্যৰ্থ হোৱাৰ তথ্য পোহৰললৈ আহিছে । উল্লেখ্য যে জলবায়ু পৰিবৰ্তনৰ লগত মোকাবিলা কৰাৰ বাবে আছাম ষ্টেট এক্চন প্লেন অন ক্লাইমেট চেঞ্জ (Assam State Action Plan on Climate Change 2015-2020) চমুকৈ এছ পি এ চি চি শীৰ্ষক জলবায়ু পৰিবর্তন সম্পৰ্কীয় এক্চন প্লেন প্রস্তুত কৰিছিল যদিও সাত বছৰ ধৰি চৰকাৰী ফাইলতে আবদ্ধ হৈ আছে ।