Indian Science Congress: তৃণমূল পৰ্যায়ত পৰীক্ষাগাৰ স্থাপনৰ পোষকতা প্ৰধানমন্ত্ৰীৰ
১০৮ সংখ্যক ভাৰতীয় বিজ্ঞান কংগ্ৰেছ ৰাষ্ট্ৰসন্ত তুকাদোজী মহাৰাজ নাগপুৰ বিশ্ববিদ্যালয়ত আৰম্ভ (Rashtrasant Tukdoji Maharaj Nagpur University)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মো়ডীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ভাৰতীয় বিজ্ঞান কংগ্ৰেছ উদ্বোধন কৰে । এই অধিবেশন পাঁচদিন চলিব ।
Defence Minister in Arunachal pradesh: ২৮ টা আন্তঃগাঁথনি প্ৰকল্পৰ উদ্বোধন কৰিলে প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে
অৰুণাচল প্ৰদেশত কেইবাটাও প্ৰকল্পৰ উদ্বোধন অনুষ্ঠান ৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে দেশৰ প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিং (Defence Minister at Arunachal pradesh)
Parliaments Budget Session : ৩১ জানুৱাৰীৰ পৰা সংসদৰ বাজেট অধিবেশন, 1 ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট
সংসদৰ ২০২৩ চনৰ বাজেট অধিবেশন ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব (parliaments budget session 2023) । আনহাতে, ২০২৩-২৪ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সংসদত উত্থাপন কৰা হ'ব ১ ফেব্ৰুৱাৰীত ।
Scholarship Scam : সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষক আটক
এইবাৰ সোণতলী আঞ্চলিক মহাবিদ্যালয়ত ছাত্ৰ বৃত্তি কেলেংকাৰী । ছাত্ৰ বৃত্তি আৰু মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ পুঁজিৰ ধন আত্মসাতৰ অভিযোগত আটক মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ (Sontoli college principal detained for scholarship scam) । লগতে আটক চতুৰ্থ বৰ্গৰ কৰ্মচাৰীও ।
Protest in Sivasagar : শান্তি প্ৰতিষ্ঠাৰ দাবীত অকলেই প্ৰতিবাদত বহিল প্ৰাঞ্জল ৰাজগুৰু
নতুন বছৰৰ প্ৰথমটো সপ্তাহতে শিৱসাগৰৰ মাজমজিয়াত দেখা গ'ল অভিনৱ প্ৰতিবাদ । শিৱসাগৰ নগৰত অকলে প্ৰতিবাদত বহিল ইণ্ডিয়ান পেট্ৰিয়টিক ফেডাৰেচন চ'চিয়েলিষ্টৰ মুখ্য সমন্বয়ক প্ৰাঞ্জল ৰাজগুৰু (IPFS Chief Coordinator protest in Sivasagar)। চৰকাৰৰ বিৰুদ্ধে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিলে প্ৰাঞ্জল ৰাজগুৰুৱে ।