ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনৰ পাৰমাণৱিক প্ৰকল্পত অগ্নিকাণ্ড
ইউৰোপৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্পত আক্ৰমণ কৰে ৰাছিয়াৰ সৈন্যই(Russian troops shell Europe's Largest Nuclear Power Plant) ৷ ইয়াৰ পাছতেই যুদ্ধবিৰতিৰ আহ্বান জনাইছে ইউক্ৰেইনে(Ukraine calls for ceasefire) ৷ ই সমগ্ৰ ইউৰোপতেই পাৰমাণৱিক বিপৰ্যয়ৰ পুনৰাবৃত্তিৰ কৰাৰ আশংকা কৰা হৈছে ৷
Russia-Ukraine conflict: ইউক্ৰেইনত আহত ভাৰতীয় ছাত্ৰ
ইউক্ৰেইনত পুনৰ গুলীবিদ্ধ হৈছে আন এজন ভাৰতীয় ছাত্ৰ ৷ ইউক্ৰেইনৰ ৰাজধানী কিভত চলি থকা গুলীয়াগুলীত আহত হয় ভাৰতীয় ছাত্ৰজন ।
Encounter at Charaideo : সোণাৰিত পুনৰ অসম আৰক্ষীৰ গুলীচালনা
চৰাইদেউৰ সোণাৰিত অসম আৰক্ষীৰ গুলীচালনা (Assam police encounter) ৷ অসম আৰক্ষীৰ গুলীত আহত হয় সুৰজ গগৈ নামৰ এজন লোক ৷ আৰক্ষীৰ সন্দেহ অভিযুক্ত সুৰজ গগৈ জড়িত আছে আলফা(স্বা)ত সদস্য ভৰ্তি অভিযানত ৷
মিজোৰামত ৬ খন আয়ুষ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ
মিজোৰামত ২৪ টা আয়ুষ স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰৰ শুভ উদ্বোধন (Sonowal inauguration of 24 AYUSH Health and Wellness Centres in Mizoram) । মিজোৰাম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰচলিত ঔষধ প্ৰণালীকে ধৰি ভাৰতৰ সমৃদ্ধময় পৰম্পৰাগত ঔষধি পদ্ধতিৰ সৰ্বাংগীণ বিকাশ আৰু প্ৰচাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ । দুদিনীয়া ভ্ৰমণ সূচীৰে বৃহস্পতিবাৰে নাগালেণ্ডত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ক ডিমাপুৰত সাক্ষাৎ কৰে ।
Eviction drives in Kaziranga animal corridors : কাজিৰঙাৰ এনিমেল কৰিড’ৰত প্ৰশাসনৰ উচ্চেদ অভিযান
সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনাৰ পাচতো কাজিৰঙাৰ এনিমেল কৰিড’ৰত চলিছে অবৈধ নিৰ্মাণ কাৰ্য ৷ যাকলৈ এতিয়া কঠোৰ হৈছে কলিয়াবৰ জিলা প্ৰশাসন ৷ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰি কাজিৰঙাৰ এনিমেল কৰিড’ৰ হালধিবাৰীত চলোৱা এই নিৰ্মাণকাৰ্যত বৃহস্পতিবাৰে চলিল বোকাখাত মহকুমা প্ৰশাসনৰ হাতোৰা (Bokakhat administration carried out eviction drives in Kaziranga animal corridors) ।