পাঁচদিনত চতুৰ্থবাৰলৈ বৃদ্ধি পে’ট্ৰল-ডিজেলৰ মূল্য
শনিবাৰে পুৱা পুনৰ 80 পইচাকৈ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য (Petrol diesel prices hiked) ৷ ৰাজধানী দিল্লীত বৰ্তমান প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য 98.61 টকা আৰু ডিজেলত 89.87 টকালৈ বৃদ্ধি পাইছে ।
আশ্ৰয়স্থলীয়ে হ’লগৈ মৃত্যুৰ কাৰক
মুহাৰ ফলত গছৰ তলত আশ্ৰয় লোৱাই কাল হ’ল কমাৰবন্ধাৰ দ-গোঁহাই গাঁৱৰ হেমকান্ত বৰাৰ । শুকুৰবাৰে নিশা এডাল প্ৰকাণ্ড জৰী গছ উভালি পৰি মৃত্যু ঘটে 63 বছৰীয়া হেমকান্ত বৰা (one man died due to storm in Golaghat) নামৰ এগৰাকী ব্যক্তিৰ ৷
Russia Ukraine War : ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ নতুন মোৰ
শেহতীয়াকৈ ইউক্ৰেইনৰ ডনবাছ অঞ্চল দখল কৰাত অধিক গুৰুত্ব আৰোপ কৰিছে ৰাছিয়াই । যাৰ পৰিপ্ৰেক্ষিতত ইউক্ৰেইন সেনাই তীব্ৰ প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰিছে ।
ভূমি পট্টা প্ৰদানৰ দাবীত আদিবাসী জাতীয় মহাসভাৰ প্ৰতিবাদ
জনজাতি হিচাপে স্বীকৃতি আৰু ভূমি পট্টা প্ৰদানৰ দাবীত শুকুৰবাৰে উত্তাল হ’ল বাক্সা (Adivasi Jatiya Mahasabha stages protest in Baska) জিলা ৷ অসমৰ আদিবাসীসকলৰ সমস্যা সমাধানৰ দাবীত ৩ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীত বহিল আদিবাসী জাতীয় মহাসভা ৷
বিত্তীয় লক্ষ্যত উপনীত হ'বলৈ কি কৰিব ?
সকলোৰে ধন উপাৰ্জনৰ বিভিন্ন লক্ষ্য থাকে আৰু আমি সেইবোৰত উপনীত হ'বলৈ বহু বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰো । ব্যক্তি বিশেষে এই লক্ষ্যবোৰ পৃথক হ'ব পাৰে । সকলোৱে আৰ্থিকভাৱে সফল হ'ব বিচাৰে (Everyone wants to be financially successful) আৰু চাপমুক্ত জীৱন-যাপন কৰিবলৈ বিচাৰে । কিন্তু, কৰ’ণা আৰু অন্যান্য কাৰণত বহুতে দীৰ্ঘসময়ৰ বাবে লক্ষ্য স্থিৰ কৰিছে । এনে পৰিস্থিতিত মূলপথলৈ ঘূৰি আহিবলৈ কিছুমান বিভিন্ন ক্ষেত্ৰত গুৰুত্ব দিব লাগিব ।