তেজপুৰৰ পৰা নতুন দিল্লীলৈ নিয়া হ’ল অৰুণাচলত নিহত বীৰ জোৱানৰ মৃতদেহ
অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত প্ৰাণ হেৰুওৱা বীৰ সৈনিককেইজনৰ নশ্বৰদেহ বৃহস্পতিবাৰে হেলিকপ্টাৰযোগে অৰুণাচল প্ৰদেশৰ খুপিৰ পৰা তেজপুৰ লৈ অনা হয় । শুকুৰবাৰে নিশা তেজপুৰ সেনাৰ বেছ হাস্পাতালত জোৱানকেইজনৰ মৰণোত্তৰ পৰীক্ষা সমাপ্ত কৰা হয় ৷ ইয়াৰ পাছতেই শনিবাৰে পুৱা জোৱানকেইজনৰ মৃতদেহ শালনিবাৰী বায়ুসেনাৰ ঘাটিলৈ আৰু তাৰপৰা দিল্লী লৈ নিয়া হয়(Indian Army trooper killed during avalanche in Arunachal) ।
অসম জাতীয় পৰিষদক মাজুলী এৰি দিব কংগ্ৰেছ দলে
উপ নিৰ্বাচনক লৈ এতিয়া মাজুলীত বলিছে গৰম বতাহ (By election in Majuli) । শাসক-বিৰোধী সকলো ব্যস্ত ৰণনীতি প্ৰস্তুত কৰাত ৷ মাজুলীত বিজেপিৰ প্ৰাৰ্থী চূড়ান্ত কৰিবলৈ শুকুৰবাৰে সমষ্টিটোত উপস্থিত হয় মন্ত্ৰী বিমল বৰা আৰু বিধায়ক নৱ দলে ৷ এনে সময়তে বিৰোধী কংগ্ৰেছ দলে অসম জাতীয় পৰিষদৰ লগত মিত্ৰতা কৰাৰ কথা ঘোষণা কৰে ৷
NLFT PD cadres surrender:অসম ৰাইফলছৰ হাতত পুনৰ আত্মসমৰ্পণ NLFT কেডাৰৰ
ত্ৰিপুৰাত উগ্ৰপন্থী সদস্যৰ আত্মসমৰ্পণ অব্যাহত আছে । এইবাৰ অসম ৰাইফলছৰ হাতত আত্মসমৰ্পণ NLFT কেডাৰৰ (NLFT PD cadres surrendered) । ৫ জনকৈ NLFT(PD) কেডাৰে ধলাই জিলাত আত্মসমৰ্পণ কৰে ।
হঠাৎ কাৰ ওপৰত খং উঠিল মন্ত্ৰী বিমল বৰাৰ ?
পুৱাই খং উঠিল শক্তিমন্ত্ৰী বিমল বৰাৰ (Minister Bimal Borah got angry) ! কিন্তু কিয় ? অন কেমেৰাত শক্তিমন্ত্ৰী বিমল বৰাই ধমক দিলে বিদ্যুৎ বিভাগৰ ঠিকাদাৰ প্ৰতিষ্ঠানৰ কৰ্মীক ৷ শনিবাৰে মৰাণ বিধান সভা সমষ্টিৰ ৰাংচালি পঞ্চায়তৰ অন্তৰ্গত ঘোঁৰাঘাজত পুৱাই দীনদয়াল উপাধ্যায় আঁচনি বিদ্যুৎ সংযোগী কাম পৰিদৰ্শন কৰে শক্তিমন্ত্ৰী বিমল বৰাই (Bimal Borah visits UGJY at moran lac)। মন্ত্ৰীগৰাকীয়ে বিদ্যুৎ বিভাগৰ ঠিকাদাৰ প্ৰতিষ্ঠানৰ কৰ্মকাণ্ড দেখি ক্ষোভিত হৈ ধমক দিলে ঠিকাদাৰ প্ৰতিষ্ঠানৰ কৰ্মীক ।
অপৰাধীক বিচাৰি কইনাৰ কোঠাত প্ৰৱেশ বিহাৰ আৰক্ষীৰ
সমগ্ৰ দেশবাসীৰ ওচৰত লজ্জানত হ'ব লগা হ'ল বিহাৰ আৰক্ষী । অপৰাধীক আটক কৰিবলৈ ভুলবশতঃ কইনাৰ কোঠাত প্ৰৱেশ কৰিলে আৰক্ষীয়ে (Bihar Police wrongly entered bride's room)। ৰাইজৰ তীব্ৰ সমালোচনা আৰক্ষীক ।