বৰপেটা,15 ফেব্ৰুৱাৰীঃ বৰপেটাত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অসামাজিক কাৰ্যকলাপ ৷ বৰপেটা চহৰৰ মাজমজিয়াত ড্ৰাগছসহ আটক তিনি যুৱক ৷ বৰপেটা চহৰৰ পশু চিকিৎসালয়ৰ সন্মুখত আটক কৰা হয় যুৱককেইজনক ৷ আটকাধীন যুৱককেইজন ক্ৰমে প্ৰাঞ্জল দাস, নৱজিৎ পাঠক আৰু অভিজিত দাস ৷
বৰপেটাত ড্ৰাগছসহ আটক তিনি যুৱক - বৰপেটাত ড্ৰাগছসহ আটক তিনি যুৱক
বৰপেটা চহৰৰ মাজমজিয়াত ড্ৰাগছসহ আটক তিনি যুৱক ৷ বৰপেটা চহৰৰ পশু চিকিৎসালয়ৰ সন্মুখত আটক কৰা যুৱককেইজনক ৷ স্থানীয় একাংশ লোকে যুৱককেইজনক আটক কৰি বৰপেটা সদৰ আৰক্ষীক গটাই দিয়ে ৷
বৰপেটাত ড্ৰাগছসহ আটক তিনি যুৱক
স্থানীয় একাংশ লোকে যুৱককেইজনক আটক কৰি বৰপেটা সদৰ আৰক্ষীক গটাই দিয়ে ৷ যুৱককেইজনে দৌৰি পলাবলৈ চেষ্টা কৰা সময়তেই ড্ৰাগছৰ কন্টেইনাৰ পৰি যোৱাৰ সন্দেহ স্থানীয় লোকৰ ৷ আনহাতে, ঘটনা সন্দৰ্ভত এই পৰ্যন্ত কোনো তথ্য সদৰি কৰা নাই আৰক্ষীয়ে ৷
লগতে পঢ়ক-খিলঞ্জীয়া ভূমিপুত্ৰৰ সাংবিধানিক সুৰক্ষাৰ দাবীত কোকৰাঝাৰত নেমছুৰ অৱস্থান ধৰ্মঘট