অসম

assam

ETV Bharat / state

হাউলীৰ বি এইচ কলেজৰ ছাত্ৰৰ আত্মহত্যাৰ চেষ্টা - বি এইচ কলেজ

ছাত্ৰজন হৈছে বাণিজ্য শাখাৰ স্নাতক বিভাগৰ চতুৰ্থ ষাণ্মাসিকৰ কমল গয়াৰী ৷ ছাত্ৰজনক লগে লগে বৰপেটা মেডিকেল কলেজত ভৰ্ত্তি কৰা হয় ৷ তেওঁ বৰ্তমান সংকটমুক্ত যদিও শৰীৰ বিভিন্ন অংশত আঘাত প্ৰাপ্ত হৈছে ৷

হাউলীৰ বি এইচ কলেজৰ  ছাত্ৰৰ আত্মহত্যাৰ চেষ্টা

By

Published : May 27, 2019, 2:25 PM IST

হাউলী, 27 মে’: হাউলীৰ বি এইচ কলেজৰ বিল্ডিংৰ পৰা এগৰাকী ছাত্ৰই সোমবাৰে কলেজৰ বিল্ডিংৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা চলোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হয় ৷ ছাত্ৰজন হৈছে বাণিজ্য শাখাৰ স্নাতক বিভাগৰ চতুৰ্থ ষাণ্মাসিকৰ কমল গয়াৰী ৷ ছাত্ৰজনক লগে লগে বৰপেটা মেডিকেল কলেজত ভৰ্ত্তি কৰা হয় ৷ তেওঁ বৰ্তমান সংকটমুক্ত যদিও শৰীৰ বিভিন্ন অংশত আঘাত প্ৰাপ্ত হৈছে ৷

লগতে পঢ়ক: ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি বিয়াগোম শিক্ষা বিভাগৰ

ছাত্ৰজনে কিহৰ বাবে এনে কাৰ্য্য কৰিলে অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই ৷

ABOUT THE AUTHOR

...view details