অসম

assam

ETV Bharat / state

ডিটেনচন কেম্পত ধৰ্ষিতা হয় মহিলাঃ আব্দুৰ ৰহমান আজমল - এ আই ইউ ডি েফ

"নৰেন্দ্ৰ মোডীৰ দিনতে এন আৰ চিৰ নামত সংখ্যালঘু লোকক হাৰাশাস্তি কৰা হৈছে ৷ ডিটেনচন কেম্পত ধৰ্ষিতা হয় সংখ্যালঘু মহিলা৷" এই অভিযোগ বদৰুদ্দিন আজমলৰ পুত্ৰ আব্দুৰ ৰহমান আজমলৰ ৷

ডিটেনচন কেম্পত ধৰ্ষিতা হয় মহিলাঃ আব্দুৰ ৰহমান আজমল

By

Published : Apr 16, 2019, 3:31 PM IST

গোৱালপাৰা, 16 এপ্ৰিলঃ "নৰেন্দ্ৰ মোডীৰ দিনতে এন আৰ চিৰ নামত সংখ্যালঘু লোকক হাৰাশাস্তি কৰা হৈছে ৷ ডিটেনচন কেম্পত ধৰ্ষিতা হয় সংখ্যালঘু মহিলা৷" এই অভিযোগ বদৰুদ্দিন আজমলৰ পুত্ৰ আব্দুৰ ৰহমান আজমলৰ ৷ সোমবাৰে বৰপেটাৰ খোলাবন্ধাত নিৰ্বাচনী প্ৰচাৰ চলাই এনেদৰে কয় আজমল তনয়ে ৷ একেখন সভাতে সাংসদ চিৰাজুদ্দিন আজমলে বৰপেটাৰ এ আই ইউ ডি এফ প্ৰাৰ্থী ড0 ৰফিকুল ইছলামক ৰাইজক ভোট দিবলৈ আহ্বান জনায় ৷ সভাত কংগ্ৰেছ আৰু অগপ-বিজেপিক তীব্ৰ সমালোচনা কৰে ৰফিকুল ইছলামে ৷

ডিটেনচন কেম্পত ধৰ্ষিতা হয় মহিলাঃ আব্দুৰ ৰহমান আজমল

ABOUT THE AUTHOR

...view details