অসম

assam

ETV Bharat / state

কলগাছিয়াৰ গুইলেজাত বেঁকী নৈৰ ৰুদ্ৰমূৰ্তি - Jania

বিগত তিনিবছৰ ধৰি বেঁকী নৈৰ খহনীয়াত জাহ গৈছে 50 টা পৰিয়ালৰ মাটি-ভেটি ৷

কলগাছিয়াৰ গুইলেজাত বেঁকী নৈৰ ৰুদ্ৰমূৰ্তি

By

Published : Jun 10, 2019, 12:59 PM IST

জনীয়া, 10 জুন:জনীয়া সমষ্টিৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত গুইলেজাত,বেঁকী নৈৰ বিধ্বংসী খহনীয়াত জাহ গল 1026নং চৰ গুইলেজা প্ৰাথমিক বিদ্যালয় ৷ যাৰ ফলত 70 গৰাকী ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ নামি আহিল অন্ধকাৰ ৷ এই সন্দৰ্ভত আমাৰ সাংবাদিক ছফিকুল হাছানৰ এক প্ৰতিবেদন ৷

কলগাছিয়াৰ গুইলেজাত বেঁকী নৈৰ ৰুদ্ৰমূৰ্তি

ABOUT THE AUTHOR

...view details