- কলগাছিয়াৰ চেনিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা
- বাইক-চাইকেলৰ সংঘৰ্ষত গুৰুতৰভাৱে আহত তিনিজন
- আহত সকল ক্ৰমে, চহিদুল ইছলাম, হবিবৰ ৰহমান আৰু ছানিদুল ইছলাম
- ইয়াৰে চহিদুল ইছলাম নামৰ চাইকেল আৰোহীজন বালাগাও আব্বাচ আলী মেমৰিয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ
- ছাত্ৰ গৰাকী চাইকেলেৰে বিদ্যালয়লৈ যোৱাৰ সময়ত AS 15 00342 নম্বৰৰ আপাচী বাইকেৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আহত হয় তিনিজনকৈ লোক
- সংকটজনক অৱস্থাত আটাইকে তিতাপানী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে ভৰ্ত্তি কৰা হয় বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত কলগাছিয়াৰ চেনিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা
কলগাছিয়াৰ চেনিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা - তিতাপানী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ
পথ দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত তিনিজন
![কলগাছিয়াৰ চেনিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4244741-thumbnail-3x2-h.jpeg)
কলগাছিয়াৰ চেনিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা