বৰপেটা, ২৪ জানুৱাৰী: বৰপেটাৰ হাউলীৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ বৰপেটাৰোডৰ পৰা পাঠশালা অভিমুখী এখন চাউল ভৰ্তি ট্ৰাকৰ খুন্দাত নিহত হয় দুই মটৰ চাইকেল আৰোহীৰ ৷ নিহত লোক দুজন বৰপেটাৰ সৰভোগৰ শুকানজানি গাঁৱৰ নৰেন দাস আৰু ধনীৰাম দাস ৷
হাউলীত চাউল ভৰ্তি ট্ৰাকৰ খুন্দাত নিহত দুই - বৰপেটা
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কাৰণ সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷
হাউলীত চাউল ভৰ্তি ট্ৰাকৰ খুন্দাত নিহত দুই