অসম

assam

ETV Bharat / state

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকক সাহাৰ্য প্ৰদান ভিন্ন জনৰ - ৰাইজলৈ সাহাৰ্য প্ৰদান চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াৰ

relief to needy people during lockdown in all over assam
relief to needy people during lockdown in all over assam

By

Published : Apr 3, 2020, 12:56 PM IST

12:27 April 03

শ্ৰমজীৱি লোক সকলক পৰ্যায়ক্ৰমে খাদ্য যোগান সৰুপথাৰ বিজেপিৰ

শ্ৰমজীৱি লোক সকলক পৰ্যায়ক্ৰমে খাদ্য যোগান সৰুপথাৰৰ বিজেপি দলে

সৰুপথাৰ, 3 এপ্ৰিলঃসৰুপথাৰ সমষ্টিৰ অন্তৰ্গত বৰপথাৰ মণ্ডলত প্ৰতিদিনে ৩০০ ৰ পৰা ৪০০ পৰিয়ালক খাদ্যৰ টোপোলা বিতৰণ কৰিছে বিজেপি নেতা কৰ্মীয়ে ৷ জানিব পৰা মতে, সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত সকলো অঞ্চলতে শ্ৰমজীৱি লোক সকলক পৰ্যায়ক্ৰমে খাদ্য যোগান ধৰিব বিজেপি দলে ৷

10:30 April 03

ৰাইজলৈ সাহাৰ্য প্ৰদান চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াৰ

ৰাইজলৈ সাহাৰ্য প্ৰদান চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াৰ

বৰপেটা, ৩ এপ্ৰিলঃ বৰপেটা জিলাৰ চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াই নিজাববীয়াকৈ চেঙাৰ শালদিয়া পাৰাৰ প্ৰতিটো পৰিয়ালৰ মাজত বিতৰণ কৰে সতেজ শাক-পাচলি ৷ অসম চৰকাৰ আৰু বিজেপি নেতৃত্বৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াই এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে ৷ প্ৰায় পাঁচ শতাধিক পৰিয়ালৰ মাজত শাক-পাচলি বিতৰণ কৰে বসন্ত ঠাকুৰীয়াই ৷ 

For All Latest Updates

ABOUT THE AUTHOR

...view details