অসম

assam

By

Published : Sep 20, 2020, 8:26 AM IST

ETV Bharat / state

কলগাছিয়াত এলএনটি ফাইনেন্সৰ সাহাৰ্য্য বিতৰণ

কলগাছিয়াৰ আমগুৰীত শনিবাৰে এলএনটি ফাইনেন্সৰ সাহাৰ্য্য বিতৰণ ৷ বানৰ লগতে কৰ’ণা মহামাৰীৰ পৰা প্ৰতিৰক্ষা আৰু স্বাস্থ্য সুৰক্ষাৰ হেতু 3 শতাধিক দৰিদ্ৰ মহিলাক স্বাস্থ্য সুৰক্ষা কীট বিতৰণ কৰে সংস্থাটোৱে ।

Relief Distribution by LNT Finance in Kalgachia
কলগাছিয়াত এলএনটি ফাইনেন্সৰ সাহাৰ্য্য বিতৰণ

কলগাছিয়া, 20 ছেপ্তেম্বৰ: শনিবাৰে বৰপেটা জিলাৰ কলগাছিয়াৰ আমগুৰীত এলএনটি ফাইনেন্সৰ সাহাৰ্য্য বিতৰণ ৷ বানৰ লগতে কৰ’ণা মহামাৰীৰ পৰা প্ৰতিৰক্ষা আৰু স্বাস্থ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটা ৰোডস্থিত এলএনটি ফাইনেন্সে আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত প্ৰায় 3 শতাধিক দৰিদ্ৰ মহিলাক স্বাস্থ্য সুৰক্ষা কীট বিতৰণ কৰে ।

কলগাছিয়াত এলএনটি ফাইনেন্সৰ সাহাৰ্য্য বিতৰণ

কলগাছিয়া, আমগুৰি, খাৰবাল্লী, উদমাৰী গাঁৱৰ এলএনটি ফাইনেন্সৰ গ্ৰাহকৰ লগতে 3 শতাধিক মহিলাক চেনিটাইজাৰ, নেপকিন, টাৱেল, চাবোন আদি বিতৰণ কৰে সংস্থাটোৱে ৷

লগতে পঢ়ক:EXCLUSIVE : কিয় অসম এৰিব খুজিছে কেইবাজনো আই এ এছ বিষয়াই ?

ABOUT THE AUTHOR

...view details