বৰপেটা, ২ ফেব্ৰুৱাৰী: অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক আক্ৰমণক কেন্দ্ৰ কৰি অসম জাতীয় পৰিষদে মঙলবাৰে ৰাজ্যজুৰি গ্ৰহণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ ৰাজ্যিক কমিতিৰ আহ্বানমৰ্মে বৰপেটাতো অসম জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷ এজেপিৰ বৰপেটা জিলা সমিতিৰ কাৰ্যালয়ৰ সন্মুখত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷
লুৰিণক আক্ৰমণৰ ঘটনাক লৈ বৰপেটাত প্ৰতিবাদ
লুৰিণজ্যোতি গগৈক আক্ৰমণক কেন্দ্ৰ কৰি অসম জাতীয় পৰিষদে মঙলবাৰে ৰাজ্যজুৰি গ্ৰহণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ ৰাজ্যিক কমিতিৰ আহ্বানমৰ্মে বৰপেটাতো অসম জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷
লুৰিণক আক্ৰমণৰ ঘটনাক লৈ বৰপেটাত প্ৰতিবাদ
এই ঘটনাৰ লগত বিজেপিৰ বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ন ডেকাৰ জড়িত থকা অভিযোগ উত্থাপন কৰে এজেপি কৰ্মী সকলে ৷ প্ৰতিবাদস্থলীৰ পৰা লুৰিণজ্যোতি গগৈ আক্ৰমপৰ লক্ষ্য কৰি লোৱা অভিযুক্ত সকলো উচিত শাস্তি প্ৰদাণ কৰিবলৈ দাবী জনায় ৷
Last Updated : Mar 2, 2021, 11:06 PM IST