বৰপেটা, ১২ ডিচেম্বৰ : সমগ্ৰ ৰাজ্যৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বৰপেটাতো দেখা গ'ল তীব্ৰ প্ৰতিবাদ ৷ ৰাজ্য সভাত কেব গৃহীত হোৱাৰ পাছতে বৰপেটা মেডিকেল কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে কেব বিৰোধ কৰি বৰপেটা মেডিকেল কলেজত উলিয়াই এক প্ৰতিবাদী সমদল ৷ বিজেপি চৰকাৰ বিৰোধী ধ্বনিৰ লগতে অসম চৰকাৰ হায় হায়, কেব আমি নামানো, জয় আই অসম আদি ধ্বনিৰে উত্তাল কৰি তোলে বৰপেটা মেডিকেল কলেজ হাস্পতালৰ চৌহদ ৷
কেবৰ বিৰুদ্ধে বৰপেটা মেডিকেল কলেজত উত্তাল প্ৰতিবাদ - BARPETA CAB PROTEST
নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বৰপেটা মেডিকেল কলেজ হস্পিতালত ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলক লৈ এই প্ৰতিবাদ ৷

কেবৰ বিৰুদ্ধে বৰপেটা মেডিকেল কলেজত উত্তাল প্ৰতিবাদ
কেবৰ বিৰুদ্ধে বৰপেটা মেডিকেল কলেজত উত্তাল প্ৰতিবাদ
TAGGED:
BARPETA CAB PROTEST